FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI : মহানগৰীৰ সদাব্যস্ত কালাপাহাৰ আৰু নেপালী মন্দিৰ অঞ্চলক সংযোগ কৰি নিৰ্মাণ কৰা আৰ্যনগৰ উৰণ সেঁতু খন শাৰদীয় দুৰ্গোৎসৱৰ উপহাৰ হিচাপে আজি ৰাইজৰ নামত উৎসগিত কৰিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় ১৫০ কোটি টকাৰ ব্যয়েৰে ৭৯০ মিটাৰ দৈঘ্যৰ উৰণীয়া সেঁতু খন বিশ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হয় ৷ উল্লেখ্য বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে দীৰ্ঘদি নধৰি তীব্ৰ যানযঁটৰ সন্মুখীন হৈছিল ৷ অৱশেষত সকাহ পালে আৰ্যনগৰবাসীয়ে ৷ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সেঁতু খন ৷ সেঁতুখনত অংকন কৰা হৈছে উত্তৰ-পূৰ্বৰ জাতি- জনগোষ্ঠীয় লোকৰ জাতীয় জীৱনৰ প্ৰতীক ৷
FLYOVER AT GUWAHATI ARYANAGAR SARABBHATI : মহানগৰবাসীয়ে আজি পাব আৰু এখন উৰণীয়া সেঁতু
-
By publisher

- Categories: India, Assam, News
- Tags: CM HBSFLYOVER AT GUWAHATI ARYANAGAR SARABBHATITODAY OPENING
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026