RBI MONETARY POLICY READ FULL TEXT OF GOVERTNOR SHAKTIKANTA DAS : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উছাহৰ মাজতে ৰাইজৰ বাবে এটা বেয়া খবৰ

WhatsApp Image 2022 09 30 at 12.33.56

RBI MONETARY POLICY READ FULL TEXT OF GOVERTNOR SHAKTIKANTA DAS : নিত্য ব্যবহৃত সামগ্ৰী ,বিদ্যুত মাচুল,পৌৰ কৰ আদি বৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাই থকাৰ মাজত এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই পুনৰ ০.৫০শতাংশ ৰেপ’ৰেট বৃদ্ধি কৰিছে৷ আৰ বি আইৰ মনিটৰী পলিচি কমিটিৰ জৰুৰী বৈঠকে ৰেপ’ৰেট বৃদ্ধিৰ সিদ গ্ৰহণ কৰে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ মে’মাহৰ পৰা বৰ্তমানলৈকে ৰেপ’ৰেট বৃদ্ধি আছিল ১.৯০ শতাংশ৷ কিন্ত গম পি অ’ৰ নতুন বৃদ্ধি কৰণেহএতিয়া হ’বগৈ ৫.৯০শতাংশ ৷

ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপ’ৰেট বৃদ্ধিকৰণৰ লগে লগে বেংকৰ ঋণৰ ই এম আই বৃদ্ধি পাব৷ একেদৰে বৃদ্ধি পাব গৃহ ঋণ , কাৰ ঋণৰ EMI ৷

Exit mobile version