GMC NOTICE TO APCC PRESIDENT BHUPEN BORA : চৰকাৰৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অবৈধভাৱে গৃহ নিৰ্মাণৰ অভিযোগ

WhatsApp Image 2022 10 12 at 16.59.10

GMC NOTICE TO APCC PRESIDENT BHUPEN BORA : চৰকাৰৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ মহানগৰীৰ ঘোঁৰামৰা চাৰিআলিৰ নিৰিবিলি পথত থকা বৰাৰ বাসগৃহৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ আৰু এপ্ৰ’ভ প্লেনৰ প্ৰতিলিপি বিচাৰি জাননী জাৰি কৰে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ৷ তিনিদিনৰ ভিতৰত নথি দাখিলৰ নিৰ্দেশ পৌৰ নিগমৰ ৷

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অবৈধভাৱে গৃহ নিৰ্মাণ কৰা বুলি অভিযোগ দাখিল কৰিছিল ভাস্কৰজ্যোতি

কুমাৰ আৰু হীৰেন ভট্ট নামৰ লোক দুজনে ৷

Exit mobile version