YOUTH’S BODY FOUND AT HOTEL IN  GUWAHATI PALTAN BAZAR : মহানগৰৰ পল্টন বজাৰৰ হোটেল বৃন্দাবনত যুৱকৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2022 10 12 at 16.36.22

YOUTH’S BODY FOUND AT HOTEL IN  GUWAHATI PALTAN BAZAR : মহানগৰীৰ পল্টন বজাৰ আৰক্ষী থানাৰ সমীপস্থ হোটেলত উদ্ধাৰ যুৱকৰ মৃতদেহ৷ বৃন্দাবন হোটেলত উদ্ধাৰ হোৱা মৃতদেহটো সৰ্থেবাৰীৰ অৰিজিত ডেকা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷যুৱকজনে হোটেলৰ কোঠাত আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে হোটেল খনলৈ এগৰাকী যুৱতীৰ স’তে আহিছিল অৰিজিত নামৰ যুৱকজনে ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধান চলাইছে ৷

Exit mobile version