PRESIDENT OF THE COUNTRY IN GUWAHATI : গুৱাহাটী বিমানকোঠত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু

WhatsApp Image 2022 10 13 at 14.58.46

PRESIDENT OF THE COUNTRY IN GUWAHATI : দুদিনীয়া ভ্ৰমণসূচীৰে কেইবাটাও কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে আজি দুপৰীয়া গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু ৷ বিমানকোঠত ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনায় ৰাজ্য পাল প্ৰফেছৰ জগদীশ মুখী ,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে ৰাষ্ট্ৰপতি গৰাকীয়ে আজি উত্তৰ গুৱাহাটীস্থ আই আই টি জি- গৱেষণাগাৰ,ধুবুৰী চিকিৎসা মহাবিদ্যালৰ আধাৰশিলা,চাহ বাগিচাৰৰ এশ আদৰ্শ হাইস্কুল আৰু তিনি হেজাৰ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৰিব ভাৰ্চুৱেলী ৷

Exit mobile version