SURYA GRAHAN 2022 : ২৫ অক্টোবৰতহ’ব সূৰ্যগ্ৰহণ

ভাৰতৰ কোন কোন অঞ্চলৰ পৰা দেখা পোৱা যাব !

WhatsApp Image 2022 10 18 at 20.50.48

SOLAR ECLIPSE 2022 : দীপান্বিতাৰ পাছৰ দিনটোতে হ’ব বছৰৰ দ্বিতীয়টো সূৰ্য্য গ্ৰহণ ৷আংশিকভাৱে দৃশ্যবান হ’বলগীয়া সূৰ্য্য গ্ৰহণ ভাৰতত আবেলিৰ পৰা আৰম্ভ হ’ব৷ এই দৃশ্য দেশৰ বিভিন্ন স্থানৰ ৰাইজে দেখা পাব ৷ কিন্ত ইয়াৰ বিপৰীতে উজনি অসমৰ তিনি জিলা ডিব্ৰুগড়,শিৱসাগৰ,শিলচৰ,কহিমা,মণিপুৰ ,ইম্ফল, ইটানগৰ,আইজল, আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জত দৃশ্যবান নহ’ব সূৰ্য গ্ৰহণ ৷

উল্লেখ্য যে সূৰ্য্য গ্ৰহণৰ শেষাংশ ভাৰতত দেখা নাযাব ৷ আনহাতে পশ্চিম এছিয়া, মধ্য প্ৰাচ্য,ইউৰোপীয়ান দেশ,আফ্ৰিকীয় দেশৰ উত্তৰাঞ্চলত সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব ৷ ভাৰতত সম্পূৰ্ণ সূৰ্যগ্ৰহণ হ’ব ২০২৭ৰ ২ আগষ্টত ৷ ভাৰতত দৃশ্যমান হ’ব গ্ৰহণ ৷

Exit mobile version