GUWAHATI POLICE SEIZED GOLD BOAT-BISCUITS : মহানগৰীৰ গড়চুকত সোণৰ নাও- বিস্কুট সহ মহিলা আটক

WhatsApp Image 2022 10 19 at 14.24.40

GUWAHATI POLICE SEIZED GOLD BOAT-BISCUITS :মহানগৰীৰ গড়চুকত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰে সোণৰ নাও আৰু বিস্কুট ৷ উপ- আৰক্ষী আয়ুক্ত দেৱশীষ বৰাৰ নেতৃত্বত আৰক্ষী দল এটাই আজি দুপৰীয়া গোপন খবৰৰ ভিত্তিত গড়চুকৰ দাতালপাৰাৰ এটা ভাড়াঘৰত অভিযান চলাই উদ্ধাৰ কৰে সোণৰ নাও আৰু বিস্কুট ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোণ সৰবৰাহকাৰীৰ স’তে জড়িত এগৰাকী মহিলাক ৷

সোণ খিনি বিক্ৰী কৰিবৰ বাবে লখিমপুৰৰ গুৱাহাটীলৈ অনা হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version