INCREASE IN SALARY IS HOMEGUARD :অৱশেষত দৰমহা বৃদ্ধি হ’ল হোমগাৰ্ডৰ

WhatsApp Image 2022 10 19 at 21.27.29

INCREASE IN SALARY IS HOMEGUARD :দীপান্বিতালৈ মাজত মাত্ৰ চাৰিটা দিন থকা অৱস্থাত হোমগাৰ্ড সকললৈ এক ভাল খবৰ কঢ়িয়াই আনিছে ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ আজি জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য কেবিনেটৰ বৈঠকত হোমগাৰ্ডৰ মাহিলী দৰমহা ২৩,০১৯ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি ২৪ হাজাৰ হোমগাৰ্ডৰ দৈনিক দৰমহা বৃদ্ধি পালে ৭৬৭ টকালৈ ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে হোমগাৰ্ডৰ দৈনিক দৰমহা পাইছিল ৩০০ টকাকৈ ৷ ইতিমধ্যে আজিয়েই দৰমহা বৃদ্ধিৰ অধিসূচনা জাৰি কৰে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৷

Exit mobile version