LDA OF TRANSPORT OFFICE IN DIBRUGARH ARRESTED OVER BRIBE : পুনৰ উৎকোচ লৈ আটক ডিব্ৰুগড়ৰ পৰিবহণ কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা

WhatsApp Image 2022 10 19 at 15.32.37

  LDA OF TRANSPORT OFFICE IN DIBRUGARH ARRESTED OVER BRIBE : উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ কৰ্মচাৰী ৷ডিব্ৰুগড়ৰ জিলা পৰিবহণ কাৰ্যালয়ৰ নিম্নবৰ্গ সহায়িকা দিতিমণি গগৈক আজি দুপৰীয়া ভাগত এজন ব্যক্তিৰ পৰা সাতশ টকা উৎকোচ লওঁতেই হাতে-লোটে কৰায়ত্ব কৰে দুনীৰ্তি নিবাৰক শাখাই ৷

দিতিমণিৰ সৈতে আটক কৰে পংকজ শইকীয়া নামৰ দালাল এজনকো ৷ইতিমধ্যে দুনীৰ্তি নিবাৰক শাখাই ধৃত দিতিমণি গগৈ আৰু পংকজ শইকীয়াক অধিক জেৰাৰ বাবে গুৱাহাটী অনাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version