STUDENT DEATH IN SCHOOL : মহানগৰীৰ নাৰেংগী বিদ্যামন্দিৰ বিদ্যালয়ত অঘটন ৷ বিদ্যালয়ৰ প্ৰাৰ্থনা চলি থকা অৱস্থাতে এগৰাকী কণমানি ছাত্ৰী মাটিত ঢলি পৰে ৷ লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মেধাৱী ছাত্ৰী গৰাকী তৃতীয় শ্ৰেণীৰ তৃষ্ণা কলিতা ৷ ঘৰ গীতানগৰত ৷ কৃৰ্তী ছাত্ৰ গৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে বিদ্যালয়খনত ৷
STUDENT DEATH IN SCHOOL : মহানগৰীৰ বিদ্যামন্দিৰ বিদ্যালয়ত অঘটন !
-
By publisher

- Categories: India, Assam, News
- Tags: Narengi vidhyamandir schoolSTUDENT DEATH
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026