Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Dipika Chikhlia : সকলো সীমা অতিক্ৰম কৰি ব’ল্ড ভিডিঅ’ নিৰ্মাণ কৰিলে ৰামায়ণৰ সীতাই

ভাইৰেল ভিডিঅ’এ তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত

publisher by publisher
October 23, 2022
in India, Entertainment, News
Reading Time: 1 min read
0
Dipika Chikhlia : সকলো সীমা অতিক্ৰম কৰি ব’ল্ড ভিডিঅ’ নিৰ্মাণ কৰিলে ৰামায়ণৰ সীতাই
3
SHARES
27
VIEWS
ShareShareShareShare

Dipika Chikhlia :

ভাৰতীয় দৰ্শনৰ ওপৰত বহুত চিনেমা নিৰ্মাণ হোৱাৰ সমান্তৰাকৈ বহু ধৰ্মীয় ভাৱধাৰাৰ ধাৰাবাহিকে প্ৰতিঘৰ মানুহকে ভক্তি ৰস সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে । ৮০ দশকৰ এনে এখন ধাৰাবাহিকৰ কথা আজিও মানুহে পাহৰিব পৰা নাই ।

ADVERTISEMENT

ৰামানন্দ সাগৰৰ এই ধাৰাবাহিকখন হৈছে ‘’ৰামায়ণ” । সৰ্বাধিক জনপ্ৰিয় হোৱা এই ধাৰাবাহিখন সকলো শ্ৰেণীৰ লোকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছিল । আঠৰ পৰা ৮০ বছৰ গৰকা সকলো লোকেই এই ধাৰাবাহিকখন চাবলৈ পুৱাই টেলিভিছনৰ সন্মুখত বহি পৰা দেখা গৈছিল ।

RelatedPosts

‘ৰামায়ণ’ত অভিনয়ৰ জৰিয়তে ১৫০ কোটি টকা পাৰিশ্ৰমিক ৰণবীৰৰ, যশে ল’ব ২০০ কোটি টকা

অভিনয় কৰিছিল স্মিতা পাটিল, বিনোদ খান্নাৰ লগত, এতিয়া কি কৰিছে ‘ৰামায়ণ’ৰ লক্ষ্মণে ?

ৰামায়ণৰ ‘সীতা’ৰ হাতত সুৰাৰ গ্লাছ ! ফটো পোষ্ট কৰি কটাক্ষৰ সন্মুখীন হ’ল অভিনেত্ৰী দীপিকা চিখলিয়া

02 04 2020 ramayna 20160237 223209861589010998615

ৰামায়ণৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাম অৰ্থাৎ অৰুণ গোভিলক প্ৰকৃতাৰ্থত ভগৱানৰ অৱতাৰ হিচাপেই গণ্য কৰিছিল । একেদৰে সীতাৰ চৰিত্ৰত দীপিকা চিখলীয়াক সীতা মাৰ ৰূপতেই অংকন কৰিছিল সকলো ভাৰতীয় লোকে । বৰ্তমানেও ৰামায়ণত অভিনয় কৰা এইসকল শিল্পীক দৰ্শকে ভক্তি ভাৱেৰে চাই আহিছে ।

এনে সময়তো নিজৰ জনপ্ৰিয়তা ধৰি ৰখাৰ স্বাৰ্থত ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ উঠিছে সীতা ৰূপী দীপিকা । ছ’চিয়েল মিডিয়াত বিভিন্ন পষ্ট চেয়াৰ কৰা দীপিকাৰ সকলো ভিডিঅ’ তৎক্ষণাত বিয়পি পৰা দেখা যায় ।

ramayans sita aka dipika chikhlia is elated as she clocks 100k followers on instagram thanks her insta family 001

সম্প্ৰতি এই অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত বহুকেইটা ব’ল্ড ভিডিঅ’ এৰি দিছে । যিখিনি প্ৰত্যক্ষ কৰি ৰাতিৰ ভিতৰতে আচম্বিত হৈ পৰিছে নেটিজেনসকল ।

বৰ্তমান ভাইৰেল হোৱা এই ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে এটা ট্ৰেণ্ডিং গানত ভিডিঅ’ কৰা দেখা গৈছে । ভিডিঅ’ টোত অভিনেত্ৰীগৰাকীয়ে মাটিত থকা এযোৰ চেণ্ডেল তুলি লোৱাৰ লগে লগেই অভিনেত্ৰীগৰাকীৰ চেহেৰাটো সম্পুৰ্ণৰূপে সলনি হৈছে আৰু এই পৰিৱৰ্তিত ৰূপত অভিনেত্ৰীগৰাকীক যথেষ্ট গ্লেমাৰিয়াছ দেখা গৈছে ।

dipikachikhliatopiwala 311928074 205674741855805 1146574065329941667 n

য’ত অভিনেত্ৰীগৰাকীয়ে এটা নীলা ৰঙৰ ৱান পিছ পিন্ধিছে আৰু এটা পাতল মেক-আপ তথা খোলা চুলিৰে অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য অধিক তুলি ধৰিছে । ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত সাংঘাটিক ধৰণে জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে । জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীক অনুৰাগীসকলে সমালোচনাৰে থকা-সৰকা কৰাও দেখা গৈছে ।

এতিয়া কথা হৈছে কোনো কাৰণতে সীতাৰূপী দীপিকাক আধুনিক ৰূপত চাব নিবিচৰা অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ এই ৰূপ দেখি মানি ল’ব বিচৰা নাই যে , সেইগৰাকীয়ে সেই সীতাৰূপী দীপিকা বুলি ।

0F9609DA CE2C 4A05 A3D4 401A192825F0

যিহেতু ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ সীতাৰ চাপ ভাৰতবৰ্ষৰ ঘৰে-ঘৰে বিদ্যমান হৈ আছে । স্বাভাৱিকতে সহনশীলা সীতাৰ সেই ৰূপৰ বিপৰীত এনে বল্ড ছবি দৰ্শকে গ্ৰহণ কৰিব পৰা নাই ।

দৰ্শকে মানি ল’ব পৰা নাই তেওঁ এগৰাকী অভিনয় শিল্পী বুলি । তেনেক্ষেত্ৰত সীতাৰ চৰিত্ৰত কৰা জীৱন্ত অভিনয়ে শিল্পীগৰাকীৰ অভিনয় যাত্ৰাত এক বাধা আনিছে বুলিও উল্লেখ কৰিছে একাংশ সমালোচকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dipika ChikhliaRamayana
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d