Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

অভিনয় কৰিছিল স্মিতা পাটিল, বিনোদ খান্নাৰ লগত, এতিয়া কি কৰিছে ‘ৰামায়ণ’ৰ লক্ষ্মণে ?

publisher by publisher
October 10, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
অভিনয় কৰিছিল স্মিতা পাটিল, বিনোদ খান্নাৰ লগত, এতিয়া কি কৰিছে ‘ৰামায়ণ’ৰ লক্ষ্মণে ?
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

‘ৰামায়ণ’ত অভিনয়ৰ জৰিয়তে ১৫০ কোটি টকা পাৰিশ্ৰমিক ৰণবীৰৰ, যশে ল’ব ২০০ কোটি টকা

Dipika Chikhlia : সকলো সীমা অতিক্ৰম কৰি ব’ল্ড ভিডিঅ’ নিৰ্মাণ কৰিলে ৰামায়ণৰ সীতাই

এইবাৰ বিদ্যালয়ত পাঠদান কৰা হ’ব গীতা আৰু ৰামায়ণ, শিক্ষাৰ ‘গোলকীকৰণ’ উত্তৰাখণ্ডত

‘ৰামায়ণ’ ধাৰাবাহিকৰ জনপ্ৰিয় মুখ আছিল সুনীল লাহড়ী ।

ADVERTISEMENT

মিঠুন চক্ৰৱৰ্তী , বিনোদ খান্না , স্মিতা পাটিলৰ দৰে জনপ্ৰিয় তাৰকাৰ সৈতে অভিনয় কৰিছিল সুনীলে । ১৯৮৭ ৰ পৰা ১৯৮৮ চনৰ মাজভাগত দেওবাৰে সকলোৰে ঘৰে ঘৰে দেখা পোৱা গৈছিল একেই দৃশ্য । পৰিয়ালৰ সকলোৱে একেলগে টেলিভিশ্যনৰ সন্মুখত বহিছিল আৰু চাইছিল সেই সময়ৰ অতিকৈ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ‘ ।

ৰাম, লক্ষ্মণ, সীতা , হনুমান , ৰাৱনক পৰ্দাত চোৱাৰ উত্তেজনাই যেন বেলেগ আছিল । ৰামৰ চৰিত্ৰত অৰুণ গোভিলৰ সমান্তৰালকৈ লক্ষ্মণৰ চৰিত্ৰত সুনীল লাহড়ীও সমানেই জনপ্ৰিয় হৈছিল ।

গভীৰ আৰু শান্ত দৃষ্টিৰ সুনীলক লক্ষ্মণৰ চৰিত্ৰৰ বাবে ৰামানন্দ সাগৰে নিৰ্বাচন কৰিছিল । প্ৰথম অৱস্থাত লক্ষ্মণৰ চৰিত্ৰৰ বাবে পৰিচালক –নিৰ্মাতা সাগৰ সঞ্জয় যোগীৰ ওচৰলৈ গৈছিল যদিও পিছত তেওঁক ভৰতৰ চৰিত্ৰৰ বাবেহে নিৰ্বাচন কৰে । সেই সময়ত সংবাদ মাধ্যমৰ খবৰ অনুসৰি , লক্ষ্মণৰ চৰিত্ৰৰ বাবে প্ৰায় ডেৰশ মান অভিনেতাৰ অডিশ্যন লৈছিল যদিও অৱশেষত সুনীলকে এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰে ।

লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে সুনীলে ডাঙৰ পৰ্দাত অভিনয় কৰিছিল । সুনীলে ৰামানন্দ সাগৰৰ ‘বিক্ৰম-বেতাল’ ধাৰাবাহিকৰ কে’বাটাও খণ্ডত অভিনয় কৰাৰ পিছত ক্ৰমে মোতি সাগৰৰ ‘দাদা-দাদি কি কাহানীয়া ‘ তো অভিনয় কৰে ।

কিন্তু কেনেকৈ সুনীলে অভিনয় জগতত প্ৰৱেশ কৰিছিল ? মধ্যপ্ৰদেশৰ এক অখ্যাত শহৰ দমোহত সুনীলৰ জন্ম হৈছিল । সুনীলৰ পিতৃ পেশাত মেডিকেল কলেজৰ অধ্যাপক আছিল । ভূপালত শিক্ষা গ্ৰহণ কৰা সুনীলে পিছত উচ্চ শিক্ষাৰ বাবে মুম্বাইলৈ আহে । শিক্ষাতকৈ অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল সুনীল। মুম্বাইলৈ গৈয়ে পঢ়া-শুনা শেষ কৰি সুনীলে ডাঙৰ পৰ্দাত কাম কৰাৰ উদ্দেশ্যে কামৰ সন্ধান কৰে ।

১৯৮০ত খাজা আহমেদ আব্বাচৰ পৰিচালনাত ‘দ্য়া নক্সালাইটছ ‘ ছবিত মিঠুন চক্ৰৱৰ্তী আৰু স্মিতা পাটিলৰ লগত অভিনয় কৰাৰ সুযোগ পায় । কিন্তু এই ছবিখন বক্স অফিচত মুখ থেকেচা খায় ।

ইয়াৰ পাঁচ বছৰৰ পিছত জয় প্ৰকাশ বিনায়কৰ ‘ফিৰ আয়ে বৰসাত ‘ ছবিৰ যোগেদি পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহে সুনীল । এই ছবিত অনুৰাধা পেটেল,নীলমৰ দৰে অভিনেত্ৰীৰ লগত কাম কৰাৰ সুযোগ পায় । এই ছবিখন বক্স অফিচত সফলতাৰ মুখ নেদেখিলেও কিন্তু ছবিৰ গান সমূহ যথেষ্ট জনপ্ৰিয় হয় ।

এনেদৰেই ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দাত নতুন ইনিংছ আৰম্ভ কৰে সুনীলে । লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত আন এখন জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল অভিনেতাজনে । চেতন আনন্দৰ পৰিচালনাত ‘পৰমবীৰ চক্ৰ ‘ ধাৰাবাহিকত লেফটেনেণ্ট ৰামৰাঘৱ ৰাণাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।
ইয়াৰপিছতে ‘লৱ-কুশ ‘, ‘স্বপ্নো কি দুনিয়া’ ধাৰাবাহিকত অভিনয় কৰা দেখা গৈছিল সুনীলক ।

সমান্তৰালকৈ ডাঙৰ পৰ্দাটো কাম কৰিবলৈ চেষ্টা কৰিছিল অভিনেতাজনে । ১৯৯১ চনত মাধৱ ৰাওৰ পৰিচালনাত ‘বাহাৰোঁ কে মঞ্জিল ‘ ছবিত মোনা অম্বেগাঁওকৰ , পৰেশ ৰাউলৰ লগত অভিনয় কৰে । ইয়াৰ দুটা বছৰৰ পিছত কেতন আনন্দৰ পৰিচালনাত শাম্মি কাপুৰ , প্ৰেম চোপ্ৰাৰ লগত ‘ আজা মেৰি জান ‘ নামৰ ৰোমাণ্টিক থ্ৰিলাৰ ছবিত অভিনয় কৰে সুনীলে । একেদৰে ১৯৯৫ চনত জিতেন্দ্ৰ আৰু বিনোদ খান্নাৰ লগতো ‘জনম কুণ্ডলী’ ছবিত অভিনয় কৰে অভিনেতাজনে । উল্লেখযোগ্য যে, ডাঙৰ পৰ্দাৰ নামী অভিনেতাৰ লগত অভিনয় কৰিলেও সুনীল কিন্তু সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত কৰা লক্ষ্মণৰ চৰিত্ৰই দৰ্শকক বেছি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল । যিহেতু লক্ষ্মণৰ চৰিত্ৰত আজিও সুনীলক দৰ্শকে মনত ৰাখিছে ।

ইয়াৰ পিছত কোনো ছবি বা ধাৰাবাহিকত সুনীলক আৰু দেখা পোৱা হোৱা নাছিল । তিনি বছৰ বিৰতিৰ পিছত অভিনেতাজনে অৰুণ গোভিল লগত হাত মিলাই এটা প্ৰযোজনা সংস্থা আৰম্ভ কৰে । এই প্ৰযোজনা সংস্থাৰ পৰাই দুয়ো আঞ্চলিক ছবি নিৰ্মাণৰ কাম কৰে । ক্ৰমে টেলিভিছন পৰ্দা আৰু ডাঙৰ পৰ্দাৰ পৰা হেৰাই যোৱা সুনীলক অৱশ্যেই ২০১৭ চনত ‘ আ ডটাৰ্চ টেল পঙ্খ ‘ ছবিত শেষ বাৰৰ বাবে দেখা পোৱা গ’ল । ইয়াৰপিছত আৰু অভিনেতাজনক কোনো প্ৰডাকশ্যনত দেখা পোৱা হোৱা নাছিল যদিও বৰ্তমান স্ত্ৰী ভাৰতী পাঠকৰ লগত অন্য এক প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰি গুৰু দায়িত্ব লৈ আছে ।

শেহতীয়াকৈ ‘দ্যা কপিল শৰ্মা শ্ব’,’ সা ৰে গা মা পা লিট’ল চেম্পছ ‘ ৰ এক অনুষ্ঠানত অভিনেতাজন অতিথি হিচাপে আহিছিল । সম্প্ৰতি ‘আদিপুৰুষ’ ছবিত মাত্ৰ এটা দৃশ্যত ভুমূকি মাৰিছে অভিনেতাজনে । ‘ৰামায়ণ’ ধাৰাবাহিকত কৰা অভিনয়েৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা সুনীলে এনেদৰে পুনৰ অভিনয় জীৱন আৰম্ভ কৰাটো কঠিন বুলি মন্তব্য কৰি আৰু পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RamayanaSunil Lahri
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d