Lunar Eclipse : বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ হ’ব আঠ নৱেম্বৰত

WhatsApp Image 2022 10 26 at 3.30.04 PM

Lunar Eclipse :

দীপাৱলী দিনটোত হৈ যোৱা সূৰ্য্য গ্ৰহণৰ পোন্ধৰদিনৰ পিছত কাতিমাহৰ পূৰ্ণিমাৰ দিনটোত হ’ব বছৰৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ৷ সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণটো ভাৰতত হ’ব দৃশ্যমান ৷

২৫ অক্টোবৰত সূৰ্যগ্ৰহণ হৈ যোৱাৰ পিছত এতিয়া ঠিক ১৫ দিন পিছত অৰ্থাৎ আঠ নৱেম্বৰত কাতি মাহৰ পূৰ্ণিমাত বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ হ’ব । সন্ধিয়া প্ৰায় ৫-৩০ বজাৰ পৰা ৬-১৯ বজালৈ হ’ব লগা ডেৰঘন্টাৰ চন্দ্ৰগ্ৰহণ ভাৰতত হ’ব দৃশ্যমান ৷

Last Lunar Eclipse of the year

উল্লেখ্য যে ভাৰতৰ লগতে উত্তৰ- দক্ষিণ আমেৰিকা,এছিয়া,অষ্ট্ৰেলিয়া আৰু ভাৰত আৰু উত্তৰ প্ৰশান্ত মহানগৰতো দৃশ্যমান হ’ব চন্দ্ৰগ্ৰহণ ৷

Exit mobile version