Home News Assam Anand Mishra Traffic Fine : যান-বাহন আইন উলংঘা কৰি জৰিমনাৰ সন্মূখীন অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৷ By publisher 3 years Ago ShareShareShareShare Anand Mishra Traffic Fine : যান-বাহন আইন উলংঘা কৰি জৰিমনাৰ সন্মূখীন অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৷ অসম আৰক্ষীৰ অতিৰিক্ত উপ-মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ গাড়ীক জৰিমনা বিহিলে মহানগৰ আৰক্ষীয়ে ৷ মহানগৰৰ সদাব্যস্ত খ্ৰীষ্টানবস্তীত ন’ পাকিং জ’নত গাড়ী ৰখাইছিল শীৰ্ষ বিষয়াগৰাকীয়ে ৷ যাৰফলস্বৰূপে যান-বাহন আৰক্ষীয়ে ২০০০ টকাৰ জৰিমনা বিহে মিশ্ৰৰ গাড়ীক ৷ উল্লেখ্য যে স’ততে বিভিন্ন বিষয়ক লৈ চ’চিয়েল মিডিয়াত প্ৰায়েই পোষ্ট দি সক্ৰিয় হৈ থকা আৰক্ষী বিষয়াজন চেলিব্ৰিটীত পৰিণত হৈছিল ৷ Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, Assam, Crime, News Tags: ADGPAnand MishraCMOFineGuwahati PoliceTraffic Related Content Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ ! By publisher March 10, 2026 Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী By publisher March 10, 2026 Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা ! By publisher March 10, 2026 Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ By publisher March 10, 2026 AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা By publisher March 10, 2026 Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা By publisher March 10, 2026