Home News Assam Anand Mishra Traffic Fine : যান-বাহন আইন উলংঘা কৰি জৰিমনাৰ সন্মূখীন অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৷ By publisher 4 years Ago ShareShareShareShare Anand Mishra Traffic Fine : যান-বাহন আইন উলংঘা কৰি জৰিমনাৰ সন্মূখীন অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৷ অসম আৰক্ষীৰ অতিৰিক্ত উপ-মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ গাড়ীক জৰিমনা বিহিলে মহানগৰ আৰক্ষীয়ে ৷ মহানগৰৰ সদাব্যস্ত খ্ৰীষ্টানবস্তীত ন’ পাকিং জ’নত গাড়ী ৰখাইছিল শীৰ্ষ বিষয়াগৰাকীয়ে ৷ যাৰফলস্বৰূপে যান-বাহন আৰক্ষীয়ে ২০০০ টকাৰ জৰিমনা বিহে মিশ্ৰৰ গাড়ীক ৷ উল্লেখ্য যে স’ততে বিভিন্ন বিষয়ক লৈ চ’চিয়েল মিডিয়াত প্ৰায়েই পোষ্ট দি সক্ৰিয় হৈ থকা আৰক্ষী বিষয়াজন চেলিব্ৰিটীত পৰিণত হৈছিল ৷ Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, Assam, Crime, News Tags: ADGPAnand MishraCMOFineGuwahati PoliceTraffic Related Content তামিলনাডুত নতুন যুগৰ সূচনা! By publisher May 10, 2026 দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই By publisher May 10, 2026 ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ By publisher May 8, 2026 বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন By publisher May 8, 2026 মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ By publisher May 8, 2026 অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি! By publisher May 8, 2026