Neel Pawan Baruah : প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান

WhatsApp Image 2022 10 28 at 15.31.47

Neel Pawan Baruah :

প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ পাছতে চিত্ৰশিল্পী নীলপৱন বৰুৱাই আজি শেষ নিশ্বাস ত্যাগ কৰে ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত বিয়লি তিনি বাজি ১৫ মিনিটত ইহলীলা সম্বৰণ কৰে চিত্ৰশিল্পীগৰাকীয়ে ।

২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা ।

Exit mobile version