Illusion Paintings : ছবিখন চাওঁক আৰু নিজৰ বুদ্ধিদীপ্ততাৰ প্ৰমাণ কৰক —

7593908d 5616 42e8 8cc9 20e2752d5426

Illusion Paintings :

ছবিখন চাওঁক আৰু নিজৰ বুদ্ধিদীপ্ততাৰ প্ৰমাণ কৰক —

সম্প্ৰতি নেটজগতত এখন অপটিকেল ইল্যুশ্যনৰ ছবি ভাইৰেল হোৱা দেখা গৈছে । এই বিশেষ ছবিখন মানুহৰ বুদ্ধিদীপ্ততাৰ প্ৰমাণ কৰিবলৈ সৃষ্টি কৰা হৈছে । সাংঘাটিকধৰণে বিয়পি পৰা ছবিখনে আপোনাৰো বুদ্ধিৰ গতি জনাত সহায় কৰিব । ছবিখনক লৈ বিশেষজ্ঞসকলে কৈছে যে, এই ছবিখনৰ যোগেদি মানুহৰ বুদ্ধি তথা আইকিউ (IQ) সম্পৰ্কে বহু কথাই জানিব পৰা গৈছে । কাৰণ, এই একেখন ছবিতে লুকাই আছে চাৰিটা ৰং ।

এতিয়া আপুনি ছবিখন চাওঁক , তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি কিমান বুদ্ধিমান । ভালদৰে আপুনি ছবিখন চাওঁক, কি দেখিছে ? ছবিখনত নিশ্চয়কৈ এটা ডিজাইনৰ বৃত্ত দেখিছে ! এই বৃত্তৰ মাজত আপুনি কোনটো ৰং বিচাৰি পাইছে , অন্য অংশলৈ চকু নিদিয়াকে কেৱল বৃত্তটোৰ মাজত ধ্যান দিয়ক । বৃত্তৰ মাজত যদি আপুনি ক’লা ৰং দেখিছে ,তেনেহলে আপোনাৰ বুদ্ধিৰ গতি সাধাৰণ লোকৰ দৰে হ’ব ।

আকৌ যদি আপুনি নীলা ৰং প্ৰথমে দেখিছে , তেন্তে আপুনি বুজিব লাগিব যে , আপুনি তীব্ৰ বুদ্ধিমান । জীৱন বিষয়ে আপোনাৰ স্বচ্ছ জ্ঞান আছে । কোনো জটিল পৰিস্থিতিতো আপুনি সঠিক সিদ্ধান্ত ল’ব পাৰিব । সকলো ক্ষেত্ৰতে আপুনি আগৰণুৱা । আপোনাৰ মস্তিষ্কৰ তৰংগ ১০০ ৰ পৰা ১২০ এইচজেডৰ মাজত হ’ব । যদি আপুনি এই বৃত্তৰ মাজত ৰঙা ৰং দেখিছে ,তেন্তে আপুনি প্ৰৱল যুক্তিবাদী । আপোনাৰ বুদ্ধিদীপ্ততা আন সকলোতকৈ প্ৰখৰ । আপুনি যিকোনো বিষয় সহজে অনুমান কৰিব পাৰে । যাৰ কাৰণে আপুনি যিকোনো সমস্যা সহজেই সমাধান কৰিব পাৰে ।

Exit mobile version