Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DO YOU SUFFER FRROM FATAL CHOLESTEROL PROBLEMS: আপুনি মাৰাত্মক কলেষ্টৰেলৰ সমস্যাত ভুগিছে নেকি ?

গ্ৰহণ কৰক এই পাঁচ বিধ খাদ্য

publisher by publisher
October 14, 2022
in Health, Food, India, News
Reading Time: 1 min read
0
DO YOU SUFFER FRROM FATAL CHOLESTEROL PROBLEMS: আপুনি মাৰাত্মক কলেষ্টৰেলৰ সমস্যাত ভুগিছে নেকি ?
2
SHARES
20
VIEWS
ShareShareShareShare

DO YOU SUFFER FROM FATAL CHOLESTEROL PROBLEMS : কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পালে আমাৰ শৰীৰত কিমান ক্ষতি হ’ব পাৰে ,সেইকথা বহুতেই হয়তো নাজানে । এই অতিৰিক্ত কলেষ্টৰেলে হাৰ্টৰ ক্ষতি কৰি আপোনাৰ বাবে প্ৰাণঘাতীও হ’ব পাৰে । কিন্তু কিছু সহজ উপায় অৱলম্বন কৰি আমি অতিৰিক্ত কলেষ্টৰেলৰ পৰা বাচিব পাৰো ।
এইক্ষেত্ৰত কলেষ্টৰলৰ মাত্ৰা সঠিক ৰাখিবলৈ আমি খাদ্য অভ্যাসৰ ওপৰত ধ্যান দিয়াটো উচিত । এতিয়া কথা হ’ল আপুনি কলেষ্টৰেলৰ মাত্ৰা ঠিক কৰি ৰাখিবলৈ কি কি খাদ্য গ্ৰহণ কৰিব লাগিব |

ADVERTISEMENT

WhatsApp Image 2022 10 14 at 15.01.07১/ ভেন্দি : অসমতে প্ৰতিটো সময়তে বজাৰত ভেন্দি উপলব্ধ হোৱা দেখা যায় । এই ভেন্দি দৈনিক খালে আমাৰ শৰীৰৰ বহু সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে কলেষ্টৰলৰ দৰে গুৰু সমস্যাৰ পৰাও মুক্তি লাভ কৰিব পৰা যায় । কাৰণ ভেন্দিত থকা বিশেষ উপাদানে আমাৰ তেজত কলেষ্টৰেল জমা হোৱাত বাধা দিয়ে ।

RelatedPosts

No Content Available

WhatsApp Image 2022 10 14 at 15.01.06২/ আপেল : কোনো ৰোগ হ’লেহে ফল খোৱাৰ মানসিকতা ত্যাগ কৰি দৈনিক আপুনি আপেল খোৱাৰ অভ্যাস কৰক । আপেলে অতিৰিক্ত কলেষ্টৰেল হ্ৰাস কৰাত প্ৰচুৰ সহায় কৰে । এক সমীক্ষাত প্ৰকাশ পাইছে যে, যিকোনো ৰোগৰ কাৰণে আপেল অত্যন্ত উপকাৰী ফল আৰু ই মানুহৰ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

WhatsApp Image 2022 10 14 at 15.01.09

৩/ ওটচ ( oats ) : ওজন কমাবলৈ বহুতে নিজৰ খাদ্যত ওটচ ৰখা দেখা যায় । কিন্তু আমি হয়তো নাজানো যে , ওটচে ওজন হ্ৰাস নকৰে , বৰং ই আমাৰ কলেষ্টৰেল মাত্ৰা সঠিক কৰি ৰাখে । সেইবাবেই আমি দৈনিক আমাৰ খাদ্যৰ তালিকাত ওটচ ৰখাটো প্ৰয়োজন ।

WhatsApp Image 2022 10 14 at 15.01.10

৪/ কাজু বাদাম : কলেষ্টৰেল মাত্ৰা সঠিক ৰখাত আমি দৈনিক ৰাতিপুৱা কাজু বাদাম খাব লাগে । কাজু বাদামেও আমাৰ তেজত কলেষ্টৰেল জমা হোৱাত বাধা দিয়ে ।

WhatsApp Image 2022 10 14 at 15.01.11

৫/ আখৰোট : হাজাৰ ঔষধ সেৱন কৰিও আপুনি যদি কলেষ্টৰেল হ্ৰাস কৰিব পৰা নাই , তেন্তে আপুনি আজিৰ পৰাই আখৰোট খাবলৈ আৰম্ভ কৰক । আপুনি নিশ্চিতভাৱে কলেষ্টৰেলৰ পৰা মুক্তি পাব ।
বি: দ্ৰ : ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পাচলি- ফলে সহায় কৰে যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাতো নিতান্তই আৱশ্যক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DO YOU SUFFERFROM FATAL CHOLESTEROLPROBLEMS
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d