COVID-19 : দেশত নিম্নমুখী ক’ভিড গ্ৰাফ

india aims to double capacity for making indigenised covid 19 testing kits expert 1

COVID -19 :

পুনৰ নিম্নমুখী দেশৰ ক’ভিড গ্ৰাফ । বিগত ২৪ ঘণ্টাত হ্ৰাস পাইছে সংক্ৰমণ । হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা । অৱশ্যে অ’মিক্ৰনৰ এক নতুন উপ-প্ৰজাতি এক্সবিবি-ৰ আক্ৰমণে আশংকা বৃদ্ধি কৰিছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, বিগত ২৪ ঘণ্টাত, দেশত ক’ভিডত আক্ৰান্ত হৈছে এক হেজাৰ ৩২৬ জন লোক ।

যি দেওবাৰৰ তুলনাত সামান্য কম । ইয়াৰ আগতে, যোৱা দুদিনত, দেশত দৈনিক আক্ৰান্তৰ গ্ৰাফ ঊৰ্ধ্বমুখী আছিল । যদিও সংক্ৰমণ বৃদ্ধি পাইছে, যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনতে চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version