Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CAA : শীঘ্রে দেশজুৰি ‘কা’ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা

publisher by publisher
November 8, 2022
in India, News, Politics
Reading Time: 2 mins read
0
CAA : শীঘ্রে দেশজুৰি ‘কা’ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা
1
SHARES
10
VIEWS
ShareShareShareShare

CAA :

গুজৰাট নিৰ্বাচনৰ পূৰ্বে নতুনকৈ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত চিন্তা-চৰ্চা আৰম্ভ কৰিছে কেন্দ্র‌ই । ২০১৯ত সংসদত এই বিল পাছ হয় যদিও মোদী (Narendra Modi) চৰকাৰে এতিয়াও কার্যকৰ কৰি তুলিব পৰা নাই ।

ইয়াৰ নেপথ্যত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেশজুৰি যি বিক্ষোভ হৈছিল, তাৰ প্রভাৱ আছে বুলি ধাৰণা কৰা হয় । কিন্তু গুজৰাট (Gujarat) নিৰ্বাচনৰ পূৰ্বে কেন্দ্রৰ এটা বিজ্ঞপ্তিক লৈ পুনৰ বিতর্ক আৰম্ভ হৈছে ।

ADVERTISEMENT

প্ৰকৃততে সমাগত গুজৰাট নিৰ্বাচনত অনা-মুছলিমসকলক নাগৰিকত্ব দিয়াক লৈ বৃহৎ চমক দিছে কেন্দ্রৰ বিজেপি চৰকাৰে । কেন্দ্রীয় গৃহ মন্ত্রণালয়ে (Home Ministry of India) বিজ্ঞপ্তি দি গুজৰাটৰ দুই জিলা মেহছানা আৰু আনন্দত বসবাসকাৰী অনা-মুছলিম শৰণার্থীসকলক নাগৰিকত্ব দিয়াৰ নির্দেশ দিছে ।

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

AGP:হাতী এৰি লুৰিণজ্যোতিৰ জাহাজত উঠিবলৈ সাজু অগপৰ দুই বৰ্তমানৰ আৰু দুই প্ৰাক্তন বিধায়ক !

UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

১৯৫৫ৰ নাগৰিকত্ব আইনৰ ভিত্তিতেই এই দুই জিলাত অনা-মুছলিম শৰণার্থীসকলক নাগৰিকত্ব দিয়া হৈছে । তাৎপর্যপূর্ণভাৱে ১৯৫৫ৰ আইনত ধর্মৰ কোনো উল্লেখই নাছিল ।

কিন্তু কেন্দ্র‌ই যি বিজ্ঞপ্তি দিছে তাত স্পষ্টকৈ কেৱল অনা-মুছলিমসকলক নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে । কেন্দ্রৰ সেই সিদ্ধান্তৰ প্রতিবাদত বিৰোধীসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে, ‘কা’ কার্যকৰ কৰাৰ সন্দৰ্ভত বৃহৎ ইংগিত দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

সোমবাৰ গুৰু নানকৰ জন্ম জয়ন্তীৰ প্রাককালত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়,”বিভাজনৰ সময়ত পঞ্জাৱৰ মানুহৰ আত্মত্যাগৰ কথা ভাবিয়ে চৰকাৰ বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা আৰম্ভ কৰিছে । আমি লগতে বিভাজনৰ ফলত যিসকল হিন্দু আৰু শিখ পৰিয়ালে সমস্যাত পৰিবলগীয়া হৈছে তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছো ।

আপোনালোকে নিশ্চয় দেখিছে, গুজৰাটত কেনেদৰে বিদেশত নিৰ্যাতনৰ বলি হোৱা শিখ পৰিয়ালসমূহক আমি নাগৰিকত্ব দিছো । এই সিদ্ধান্ত বিশ্বৰ সকলো প্রান্তৰ শিখেসকলৰ মাজত বিশ্বাস সৃষ্টি কৰিব যে, ভাৰত তেওঁলোকৰেই দেশ ।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে অকলে নহয় । তেওঁৰ মন্ত্রীসভাৰ গুৰুত্বপূর্ণ সদস্য অর্জুন ৰাম মেঘৱালেও (Arjun Ram Meghwal) সোমবাৰে ৰাজ্যত আহি সংশোধিত নাগৰিকত্ব আইন দ্রুত কার্যকৰ কৰাৰ ইংগিত দিছে । বনগাঁৱৰ ঠাকুৰবাড়িৰ ৰাস উৎসৱত উপস্থিত হৈ মেঘৱালে কয়, “ভাৰত চৰকাৰে আইন কৰিছে ৷ কিছু সময় লাগিছে টেকনিকেল কাৰণত ৷ কিন্তু নাগৰিকত্ব দিয়া হ’বই ৷”

মেঘৱালৰ উপস্থিতিত কেন্দ্রীয় বিমান মন্ত্রী তথা বনগাঁৱৰ সাংসদ শান্তনু ঠাকুৰেও (Shantanu Thakur) কয় “পশ্চিমবংগসহ ভাৰতবর্ষত চিএএ প্রয়োগ হ’বই ৷ কেৱল সময়ৰ অপেক্ষা ৷ সংবিধানক কোনেও উপেক্ষা কৰিব নোৱাৰিব ।”

মনকৰিবলগীয়া যে, বিজেপি নেতাসকলে যি ইংগিত দিছে তাত স্পষ্ট, আগন্তুক লোকসভা নির্বাচনত পুনৰ বৃহৎ বিষয় হ’ব এই নাগৰিকত্ব আইন |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arjun Ram Meghwalassembly electionCAAGujaratHome Ministry of IndiaPM Narendra Modi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d