Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

উৎফুল্লিত হোৱাৰ কাৰণ নাই: মহাসংঘ

publisher by publisher
February 20, 2026
in Uncategorized
Reading Time: 1 min read
0
Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:

বিৰোধী শিবিৰৰ লগতে বিভিন্ন পক্ষৰ প্ৰবল বিৰোধিতাৰ মাজতো নৰেন্দ্ৰ মোদী চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইন (কা), ২০১৯ৰ আইনী বৈধতাক লৈ অহা পাঁচ মে’ৰ পৰা উচ্চতম ন্যায়ালয়ে ধাৰাবাহিকভাৱে শুনানি গ্রহণ কৰিব। এই বিতর্কিত আইনৰ আইনী বৈধতাক প্রত্যাহ্বান জনাই সদৌ অসম ছাত্র সন্থা (আছু), অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, অসম সম্মিলিত মহাসংঘৰ মতিউৰ ৰহমান, অসম এডভ’কেট এছ’চিয়েছন, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, জ্যেষ্ঠকংগ্রেছ নেতা জয়ৰাম ৰমেশ, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্র, এআইএমআইএমৰ আছাদউদ্দিন ওৱেইছি আদি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

ADVERTISEMENT

মুঠতে ২৪৮ টি বিভিন্ন দল-সংগঠনে বিতর্কিত আইনখনৰ আইনী বৈধতাক প্রত্যাহ্বান জনাই ২০১৯তে সর্বোচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। অৱশেষত এইসকলৰ আবেদনৰ ভিত্তিত আজি দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চ’লীৰ এখন বিচাৰপীঠে শুনানি গ্রহণ কৰে। শুনানি গ্ৰহণৰ অন্তত তিনিজনীয়া বিচাৰপীঠে নির্দেশনা জাৰি কৰি কয় যে শুনানিৰ সময় দুভাগত বিভক্ত হ’ব। অসম আৰু ত্ৰিপুৰাৰ বিষয়বোৰৰ বাবে শুনানি কালত সুকীয়া সময় ধার্য কৰা হ’ব। একেদৰে দেশৰ আন অংশৰ বিষয়বোৰৰ বাবে সামগ্রিকভাবে সুকীয়া সময় নির্ধাৰণ কৰা হ’ব বুলি ন্যায়ালয়ে নির্দেশনা জাৰি কৰে। এই শুনানি অহা পাঁচ মে’ৰ পৰা ধৰাবাহিকভাবে গ্রহণৰো সিদ্ধান্ত লয় ন্যায়ালয়ে। আজিৰ শুনানিত ন্যায়ালয়ত আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু আছু-নেছ’ৰ উপদেষ্ট সমুজ্জ্বল ভট্টাচার্য উপস্থিত থাকে। এই কথা এক বিবৃতিযোগে সংগঠনটোৱে জনাইছে। আছুৰ হৈ ন্যায়ালয়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাস্তৱ পৰিস্থিতি সন্দৰ্ভত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা মালবিকা ত্রিবেদীয়ে। আছুৱে কয় যে নাগৰিকত্ব সংশোধনী আইনে অসম তথা উত্তৰ-পূবৰ বিস্তৰ ক্ষতিসাধন কৰিছে।

আনহাতে, কা’  ৰ আইনী বৈধতাক লৈ ন্যায়ালয়ে অহা পাঁচ মে’ৰ পৰা গ্ৰহণ কৰিবলগীয়া শুনানিক লৈ উৎফুল্লিত হ’ব লগা একো নাই বুলি মন্তব্য কৰিছে অসম সম্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা অন্যতম গুচৰীয়া মতিউৰ ৰহমানে। অতি কৌশলেৰে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছলৈ কা-ৰ শুনানিৰ দিন ধার্য কৰা হ’ল বুলি ক্ষোভ প্রকাশ কৰি ৰহমানে কয় যে এয়া হৈছে ন্যায় ব্যৱস্থাৰ এক প্রহসন। এই সম্পর্কত তেওঁ আৰু কয়, ‘কা-ৰ দ্বাৰা ইতিমধ্যে নাগৰিকত্ব লাভ কৰা বিদেশী নাগৰিকসকলে বিজেপিকে ভোট দিব। সেয়েহে কা-ৰ শুনানি অসমৰ বিধানসভা নির্বাচন হৈ নতুন চৰকাৰ গঠন হোৱাৰ পাছত পাঁচ মে’ৰ পৰা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। ইয়াত উৎফুল্লিত হোৱাৰ তিলমানো কথা নাই। বৰঞ্চ চৰকাৰৰ ষড়যন্ত্র মর্মেই বর্তমানে ভান্তৰ ন্যায় ব্যবস্থা যে পৰিচালিত হৈ আছে সেয়াহে আকৌ এবাৰ প্রমাণিত হ’ল।’

ইপিনে, এই গোচৰৰ অন্যতম গুচৰীয়া জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বীজন বায়নে কয় যে দেশৰ সংবিধান বিৰোধী, অসম চুক্তি বিৰোধ আৰু অসমীয়া জাতি বিদ্বেষী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে পৰিষদে ধাৰাবাহিকভাবে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি অহাৰ সমান্তৰালভারে ন্যায়িক খুঁজো অব্যাহত ৰাখিছে। ১৯৭১ৰ পাছত অহা ধর্ম-বর্ণ নির্বিশেষে সকলো বিদেশীয়ে অসম ত্যাগ কৰিবই লাগিব বুলি পৰিষদে স্পষ্ট কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CAASupreme Court
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d