Lunar Eclipse:আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ

গ্ৰহণ সৰ্বাধিক হ'ব গুৱাহাটী আৰু ডিব্ৰুগড়ত

21ea01bc 930b 471e b6c8 e83a2106c0fe

Lunar Eclipse :

আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ৷ গ্ৰহণ আৰম্ভ হ’ব দিনৰ ২.৩৯ মিনিটত। গ্ৰহণ সৰ্বাধিক হ’ব গুৱাহাটীত দিনৰ ৪.৩৪ মিনিটত ,ডিব্ৰুগড়ত দিনৰ ৪.১৭ মিনিটত।

গ্ৰহণ সমাপ্ত হ’ব সন্ধিয়া ৬.১৯ মিনিটত। এই গ্ৰহণ মিথুন, বৃশ্চিক, ধনু, কুম্ভ আৰু মীন ৰাশি ব্যক্তি সকলৰ বাবে শুভ , আন ৰাশি সমুহৰ বাবে অশুভ।

Exit mobile version