Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mobile Phone : অচিনাকি কলৰ চিনাক্তৰ বাবে এতিয়াৰ পৰা আৰু ট্ৰুকলাৰ নেলাগে

samimsultana by samimsultana
November 20, 2022
in India, News
Reading Time: 2 mins read
0
Mobile Phone : অচিনাকি কলৰ চিনাক্তৰ বাবে এতিয়াৰ পৰা আৰু ট্ৰুকলাৰ নেলাগে
3
SHARES
27
VIEWS
ShareShareShareShare

Mobile Phone :  আপোনাৰ ফোনত যদি ট্ৰুকলাৰ নাই , তেন্তে আপুনি অচিনাকি ফোন কল চিনাক্ত কৰিব নোৱাৰে । কিন্তু এতিয়া আৰু ট্ৰুকলাৰ এপ ডাউনলোড নকৰিলেও হ’ব । শীঘ্ৰে এই সমস্যাৰ অন্ত পেলাবলৈ ভাৰতৰ টেলিকম ৰেগুলেটৰি অথৰিটি অৱ ইণ্ডিয়াই (ট্ৰাই) হাতত লৈছে এক বিশেষ ব্যৱস্থা ।

এই ব্যৱস্থাৰ যোগেদি আপোনাৰ ফোন নম্বৰত কোনো অচিনাকি ফোন কল আহিলে ফোনকৰা লোকজনৰ নামটো ওলাই আহিব । ট্ৰাইৰ তথ্য অনুসৰি দুই তিনি সপ্তাহৰ ভিতৰত এই ব্যৱস্থা আৰম্ভ হ’ব । ব্যস্ততাৰ মাজত বহু সমস্যাৰ সময়ত না-না অপ্ৰয়োজনীয় ফোন কলে আপোনাৰ কামত নিশ্চয়কৈ ব্যাঘাত জন্মায় ।

ADVERTISEMENT

কোনোবাই অৰ্থনৈতিক লেন-দেনৰ বাবে আকৌ কোনোবাই আধাৰ কাৰ্ডৰ লিংক বিচাৰি , কোনো ব্যক্তিগত কোম্পানীৰ পৰা ফোন কৰা বুলি ব্যতিব্যস্ত কৰি তোলে । যাৰবাবে বহু মানুহ ভয়ংকৰ চাইবাৰ অপৰাধীৰ জালতো সোমাই পৰে । অৱশ্যে যিসকলে ট্ৰুকলাৰ এপ ডাউনলোড কৰি ৰাখিছে ,তেওঁলোকে সহজে কোনো বিপদত নপৰে ।

RelatedPosts

Do you use computers and mobile phones for a long time:একেৰাহে দীর্ঘ সময় কম্পিউটাৰ -ম’বাইল ব্যৱহাৰ কৰে নেকি ?

শােৱাৰ পূর্বে ম’বাইল চাইছে নেকি?

ca4b6bc7 cfdf 4944 b062 bbccb97530dfএনে সুবিধাৰ বাবেই বৰ্তমান ট্ৰুকলাৰ এপ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যদিও এই সুবিধা ১০০% লোকে লাভ কৰাটো সম্ভৱ নহয় । কিন্তু ট্ৰায়ে আৰম্ভ কৰিব খোজা এই সুবিধাৰ বাবে ভাৰতবাসীয়ে বিশেষ এপৰ ওপৰত আৰু নিৰ্ভৰ কৰিব নেলাগে । বিভিন্ন টেলিকম অপাৰেটৰৰ ওচৰত গ্ৰাহকৰ নামৰ তালিকা থাকে ।

কোনো গ্ৰাহকে চিম লোৱাৰ সময়ত নিজৰ ব্যক্তিগত কিছু তথ্য অপাৰেটৰৰ ওচৰত জমা দিব লাগে । এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ট্ৰায়ে আপোনাৰ ফোনলৈ অহা কলৰ বিষয়ে জ্ঞাত কৰিব পাৰিব । অৰ্থাৎ আপোনাৰ ফোনলৈ অহা কল ,কোনে কৰিছে ,এই সবিশেষ ট্ৰায়ে আপোনাক জনাই দিব । ট্ৰাইৰ এই ব্যৱস্থাই এতিয়া সঘনে হৈ থকা চাইবাৰ ক্ৰাইম , ধন হৰলুকিৰ দৰে ঘটনা ৰোধ কৰিব পাৰিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: mobile phonesTelicom DepartmentTruecalller
samimsultana

samimsultana

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d