Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Saif Ali Khan : কিমান টকাৰ মালিক বলীউডৰ নৱাব চেইফ আলী খান ? শুনিলে আপোনাৰ চকু কপালত উঠিব : 

publisher by publisher
November 20, 2022
in Entertainment
Reading Time: 2 mins read
0
Saif Ali Khan : কিমান টকাৰ মালিক বলীউডৰ নৱাব চেইফ আলী খান ? শুনিলে আপোনাৰ চকু কপালত উঠিব : 
3
SHARES
26
VIEWS
ShareShareShareShare

Saif Ali Khan :

বলীউডত প্ৰায় তিনি দশকৰ অধিক ৰাজত্ব কৰি থকা নৱাব চেইফ আলী খানৰ ইতিমধ্যে ৫০ বছৰ অতিক্ৰম কৰিলে । চাৰিটাকৈ সন্তানৰ পিতৃ চেইফ কিন্তু এতিয়াও ডেকা হৈয়ে আছে ।

হায়দৰাবাদৰ ৰাজ পৰিয়ালৰ নৱাব পাটাউদি আৰু শৰ্মিলা ঠাকুৰৰ সন্তান চেইফ অগাধ সম্পত্তিৰ মালিক । একাধিক ছবিত অভিনয় কৰাৰ সমান্তৰালকৈ বহু বিজ্ঞাপনৰ এক চিনাকি মুখ চেইফ ।

ADVERTISEMENT

চিনেমা, বিজ্ঞাপনৰ যোগেদি চেইফে মাহে বহু কোটি টকা উপাৰ্জন কৰে । ইয়াৰোপৰি পিতৃৰ অগাধ সম্পত্তি উত্তৰাধিকাৰী চেইফ । এই সকলো সম্পত্তিৰ যদি হিচাপ কৰা হয় , তেতিয়া নিশ্চয়কৈ সকলোৰে চকু কপালত উঠিব ।

RelatedPosts

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

বলিউডত শোকৰ ছাঁ

কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 

932eaeb6 ee09 440b 8fd3 63e1329fb78fএক প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুযায়ী চেইফৰ ঘৰ অথবা ৰাজ অট্টালিকাটোৰ বৰ্তমান বজাৰদৰ হ’ব প্ৰায় ৮০০ কোটি টকা । অৱশ্যে পৈতৃক সম্পত্তি এই অট্টালিকাটো উদ্ধাৰ কৰোতে চেইফৰ বহু কোটি টকা ব্যয় হৈছিল । কাৰণ পূৰ্বতে এই অট্টালিকাটো এখন হোটেলৰ বাবে লিজত দি থোৱা আছিল ।

২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি চেইফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে, ১১৮০ কোটি টকা । বছৰে ৩০ কোটি টকা উপাৰ্জন কৰা চেইফে প্ৰতি মাহে কমেও তিনি কোটি টকা উপাৰ্জন কৰে । ইফালে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্ততঃ ২০১২ চনত মোহময়ী অভিনেত্ৰী তথা ৰনধীৰ-ববিতাৰ জী কৰীণা কাপুৰৰ লগত বিবাহপাশত আৱদ্ধ দুয়ো ।

ee5fde88 ae6c 4650 935c 969d2008f07fবৰ্তমান দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছে চেইফ-কৰীণাই । ৫০ বছৰত পুনৰ পিতৃ হোৱা চেইফে পূৰ্বতে ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা সিঙক বিয়া কৰাইছিল । দুয়োৰে দুই সন্তানৰ চাৰা আলি খান বৰ্তমান বলীউডৰ এক সফল অভিনেত্ৰী ।

অন্য এক সূত্ৰে প্ৰকাশ যে, প্ৰতিখন ছবিৰ বাবে চেইফে লয় প্ৰায় ১০-১৫ কোটি টকা । একেদৰে বিজ্ঞাপনৰ পাৰিশ্ৰমিক পায় একৰ পৰা পাঁচ কোটি টকা । সমান্তৰালকৈ পূৰ্বপুৰুষৰ বিশাল সম্পত্তিৰ গৰাকী চেইফ । হায়দৰাবাদৰ লগতে হাৰিয়ানাৰ পাটাউডি পেলেচৰ পৰা তথা ভূপালৰ পৈতৃক সম্পত্তি সকলো মিলি অভিনেতাজনৰ মুঠ ৫০০০ কোটি টকাৰ সম্পত্তি আছে ।

49dcbbd3 aa48 4631 a4e6 334d742faed2উল্লেখ্য যে, ইমান সম্পত্তিৰ মালিক হৈও চেইফে এই সম্পত্তিৰ কোনো অংশ সন্তানক দিব নোৱাৰে । যিহেতু বিগত বৰ্ষত চেইফৰ সমস্ত সম্পত্তি ভাৰত চৰকাৰে শুক্ৰ বিৰোধ আইনৰ অধীন কৰিছে । এই আইন মতে , কোনোৱেই এই সম্পত্তিৰ ওপৰত একো দাবী কৰিব নোৱাৰে আৰু যদি দাবী কৰে, তেন্তে উচ্চ ন্যায়ালয়ৰ যোগেদি উচ্চতম ন্যায়ালয়লৈ দাৰস্থ হ’ব লাগিব ।

ইয়াতো যদি সমাধান নহয় ,তেন্তে এই সিদ্ধান্ত কেৱল ৰাষ্ট্ৰপতিয়ে দিব পাৰিব । উল্লেখ্য যে, চেইফৰ পিতামহ হামিদুল্লাহ খান ব্ৰিটিছ আমোলৰ নৱাব আছিল ,যি কোনো সম্পত্তিৰ উইল কৰা নাছিল । এই কাৰণক লৈ পৰিয়ালটোৰ মাজত বৰ্তমানেও পাৰিবাৰিক অশান্তি হৈ থকা বুলি জানিব পাৰি । এই বিশেষ কাৰণৰ বাবেই ৫০০০ কোটি টকাৰ মালিক হৈও চেইফ সম্পত্তিৰ ভাগ পৰিয়ালৰ কোনো ব্যক্তিক প্ৰদান কৰিব নোৱাৰে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODCinemaSaif Ali Khan
publisher

publisher

Related Posts

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?
News

May 7, 2025
কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন
Entertainment

May 5, 2025
বলিউডত শোকৰ ছাঁ
Entertainment

বলিউডত শোকৰ ছাঁ

May 3, 2025
পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ
Entertainment

পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

April 27, 2025
‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’
News

‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

April 26, 2025
‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 
News

‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

April 20, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d