Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Saif Ali Khan : কিমান টকাৰ মালিক বলীউডৰ নৱাব চেইফ আলী খান ? শুনিলে আপোনাৰ চকু কপালত উঠিব : 

publisher by publisher
November 20, 2022
in Entertainment
Reading Time: 2 mins read
0
Saif Ali Khan : কিমান টকাৰ মালিক বলীউডৰ নৱাব চেইফ আলী খান ? শুনিলে আপোনাৰ চকু কপালত উঠিব : 
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Saif Ali Khan :

বলীউডত প্ৰায় তিনি দশকৰ অধিক ৰাজত্ব কৰি থকা নৱাব চেইফ আলী খানৰ ইতিমধ্যে ৫০ বছৰ অতিক্ৰম কৰিলে । চাৰিটাকৈ সন্তানৰ পিতৃ চেইফ কিন্তু এতিয়াও ডেকা হৈয়ে আছে ।

হায়দৰাবাদৰ ৰাজ পৰিয়ালৰ নৱাব পাটাউদি আৰু শৰ্মিলা ঠাকুৰৰ সন্তান চেইফ অগাধ সম্পত্তিৰ মালিক । একাধিক ছবিত অভিনয় কৰাৰ সমান্তৰালকৈ বহু বিজ্ঞাপনৰ এক চিনাকি মুখ চেইফ ।

ADVERTISEMENT

চিনেমা, বিজ্ঞাপনৰ যোগেদি চেইফে মাহে বহু কোটি টকা উপাৰ্জন কৰে । ইয়াৰোপৰি পিতৃৰ অগাধ সম্পত্তি উত্তৰাধিকাৰী চেইফ । এই সকলো সম্পত্তিৰ যদি হিচাপ কৰা হয় , তেতিয়া নিশ্চয়কৈ সকলোৰে চকু কপালত উঠিব ।

932eaeb6 ee09 440b 8fd3 63e1329fb78fএক প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুযায়ী চেইফৰ ঘৰ অথবা ৰাজ অট্টালিকাটোৰ বৰ্তমান বজাৰদৰ হ’ব প্ৰায় ৮০০ কোটি টকা । অৱশ্যে পৈতৃক সম্পত্তি এই অট্টালিকাটো উদ্ধাৰ কৰোতে চেইফৰ বহু কোটি টকা ব্যয় হৈছিল । কাৰণ পূৰ্বতে এই অট্টালিকাটো এখন হোটেলৰ বাবে লিজত দি থোৱা আছিল ।

২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি চেইফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে, ১১৮০ কোটি টকা । বছৰে ৩০ কোটি টকা উপাৰ্জন কৰা চেইফে প্ৰতি মাহে কমেও তিনি কোটি টকা উপাৰ্জন কৰে । ইফালে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্ততঃ ২০১২ চনত মোহময়ী অভিনেত্ৰী তথা ৰনধীৰ-ববিতাৰ জী কৰীণা কাপুৰৰ লগত বিবাহপাশত আৱদ্ধ দুয়ো ।

ee5fde88 ae6c 4650 935c 969d2008f07fবৰ্তমান দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছে চেইফ-কৰীণাই । ৫০ বছৰত পুনৰ পিতৃ হোৱা চেইফে পূৰ্বতে ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা সিঙক বিয়া কৰাইছিল । দুয়োৰে দুই সন্তানৰ চাৰা আলি খান বৰ্তমান বলীউডৰ এক সফল অভিনেত্ৰী ।

অন্য এক সূত্ৰে প্ৰকাশ যে, প্ৰতিখন ছবিৰ বাবে চেইফে লয় প্ৰায় ১০-১৫ কোটি টকা । একেদৰে বিজ্ঞাপনৰ পাৰিশ্ৰমিক পায় একৰ পৰা পাঁচ কোটি টকা । সমান্তৰালকৈ পূৰ্বপুৰুষৰ বিশাল সম্পত্তিৰ গৰাকী চেইফ । হায়দৰাবাদৰ লগতে হাৰিয়ানাৰ পাটাউডি পেলেচৰ পৰা তথা ভূপালৰ পৈতৃক সম্পত্তি সকলো মিলি অভিনেতাজনৰ মুঠ ৫০০০ কোটি টকাৰ সম্পত্তি আছে ।

49dcbbd3 aa48 4631 a4e6 334d742faed2উল্লেখ্য যে, ইমান সম্পত্তিৰ মালিক হৈও চেইফে এই সম্পত্তিৰ কোনো অংশ সন্তানক দিব নোৱাৰে । যিহেতু বিগত বৰ্ষত চেইফৰ সমস্ত সম্পত্তি ভাৰত চৰকাৰে শুক্ৰ বিৰোধ আইনৰ অধীন কৰিছে । এই আইন মতে , কোনোৱেই এই সম্পত্তিৰ ওপৰত একো দাবী কৰিব নোৱাৰে আৰু যদি দাবী কৰে, তেন্তে উচ্চ ন্যায়ালয়ৰ যোগেদি উচ্চতম ন্যায়ালয়লৈ দাৰস্থ হ’ব লাগিব ।

ইয়াতো যদি সমাধান নহয় ,তেন্তে এই সিদ্ধান্ত কেৱল ৰাষ্ট্ৰপতিয়ে দিব পাৰিব । উল্লেখ্য যে, চেইফৰ পিতামহ হামিদুল্লাহ খান ব্ৰিটিছ আমোলৰ নৱাব আছিল ,যি কোনো সম্পত্তিৰ উইল কৰা নাছিল । এই কাৰণক লৈ পৰিয়ালটোৰ মাজত বৰ্তমানেও পাৰিবাৰিক অশান্তি হৈ থকা বুলি জানিব পাৰি । এই বিশেষ কাৰণৰ বাবেই ৫০০০ কোটি টকাৰ মালিক হৈও চেইফ সম্পত্তিৰ ভাগ পৰিয়ালৰ কোনো ব্যক্তিক প্ৰদান কৰিব নোৱাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODCinemaSaif Ali Khan
publisher

publisher

Related Posts

বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ
News

বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

May 8, 2026
২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া
Entertainment

২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

May 1, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ
News

সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

April 21, 2026
২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!
News

২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

April 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d