Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Space center Restaurant : সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ; জানিবলৈ পঢ়ক–

samimsultana by samimsultana
November 20, 2022
in Tech, International, Lifestyle
Reading Time: 2 mins read
0
Space center Restaurant : সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ; জানিবলৈ পঢ়ক–
2
SHARES
15
VIEWS
ShareShareShareShare

Space center Restaurant :

মহাকাশৰ পৰা পৃথিৱী চাবলৈ কেনেকুৱা লাগিব ! এবাৰ ভাবকছোন ! এইযে মেঘ নাইবা বিশাল পানীৰ নীলা আৱৰণ । আচলতে মহাকাশৰ পৰা পৃথিৱীখন চাবলৈ কেনেকুৱা লাগিব , সেই অভিজ্ঞতা কেৱল মহাকাশচাৰীৰহে হৈছে ।

এবাৰ যদি সাধাৰণ জনতাইও প্ৰত্যক্ষ কৰিব পাৰিলহেঁতেন ! মহাকাশত পৃথিৱীৰ লগতে অনেক গ্ৰহ,উপগ্ৰহ,নক্ষত্ৰ আছে । এই সকলোবোৰ যদি আমি সকলোৱেই দৰ্শন কৰিব পাৰিলেহেঁতেন ! বিশেষকৈ সুস্বাদু আহাৰৰ লগতে আমি যদি মহাকাশৰ পৰা পৃথিৱীৰ অপৰূপ দৃশ্য উপভোগ কৰিব পাৰিলেহেঁতেন ।

ADVERTISEMENT

77172a9e c7b4 4c65 8168 e46730396408কিন্তু এতিয়া এই সকলো সপোন বাস্তৱ হ’বলৈ গৈ আছে । কাৰণ এতিয়া মহাকাশত থকা স্পেচ ষ্টেচনত উপলব্ধ হ’ব এই সুবিধা । যিহেতু গৱেষণাৰ খাতিৰত মহাকাশচাৰীসকলে এই স্পেচ চেন্টাৰতে থাকি গৱেষণা কৰে । তেওঁলোকে স্পেচ চেন্টাৰৰ পৰা পৃথিৱীৰ হৈ কাম কৰে ,কাম কৰে অন্য গ্ৰহৰ সন্ধানত .. এই স্পেচ চেন্টাৰতে সকলো আছে । থকা-খোৱাৰ ব্যৱস্থাৰ পৰা ঘৰ সদৃশ কোঠা ,দৰজা, চিলি‌ং ,লিফ্ট ইত্যাদি ইত্যাদি ।

RelatedPosts

Space:মহাকাশত ক্রমাৎ বৃদ্ধি পাইছে ই-আৱৰ্জনা

Space Flight : ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িলে এখন মহাকাশ যানে :

আনকি ফুৰিব পৰাকৈ বৃহৎ খালী ঠায়ো এই স্পেচ চেন্টাৰত উপলব্ধ থাকে । ইয়াত মহাকাশচাৰীয়ে বিৰল অভিজ্ঞতাৰ সমান্তৰালকৈ খাবলৈ সুস্বাদু আহাৰ পায় । এইধৰণৰ চিন্তাৰে এতিয়া মহাকাশত নিৰ্মাণ কৰিছে স্পেচ ৰেষ্টুৰেণ্ট ।

c25b28a2 91ab 4ae7 ac5f 15d30c4ccaa8য’ত মানুহে মহাকাশত গৈ সুস্বাদু আহাৰৰ লগতে পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব । সম্পূৰ্ণ কাচেৰে নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টৰ পৰা মানুহে দৰ্শন কৰিব পৃথিৱীৰ অনন্য ৰূপ । দূৰৈৰ পৰা পৃথিৱীক চোৱাৰ বিৰল অভিজ্ঞতা । ঠিক যেনেকৈ মহাকাশৰ পৰা পৃথিৱীক চোৱাৰ আনন্দ ,ঠিক তেনে অভিজ্ঞতাৰে এই ৰেষ্টুৰেণ্টৰ পৰা পৃথিৱীখন চাব পাৰিব ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰলাণ্ডৰ ওৱাল্ট ডিজনি ওৱৰ্ল্ড – এ নিৰ্মাণ কৰিছে এই মহাকাশ ৰেষ্টুৰেণ্ট । বৰ্তমান এই ৰেষ্টুৰেণ্টখনলৈ যাবলৈ বুকিং পোৱাটো অসম্ভৱ হৈ উঠিছে । প্ৰাপ্ত তথ্য অনুসৰি এতিয়া এই ৰেষ্টুৰেণ্টখনলৈ যাবলৈ মানুহ উপচি পৰা দেখা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Space CenterSpace RestuarantWalt Disney World
samimsultana

samimsultana

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d