Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Space:মহাকাশত ক্রমাৎ বৃদ্ধি পাইছে ই-আৱৰ্জনা

publisher by publisher
November 24, 2025
in International
Reading Time: 1 min read
0
Space:মহাকাশত ক্রমাৎ বৃদ্ধি পাইছে ই-আৱৰ্জনা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

বায়ু প্রদূষণ নিয়ন্ত্রণ কৰিলে দিল্লীৰ বাসিন্দাৰ গড় আয়ুস আঠ বছৰ বৃদ্ধি পাব

Space center Restaurant : সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ; জানিবলৈ পঢ়ক–

Space Flight : ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িলে এখন মহাকাশ যানে :

Space:

মানৱ সভ্যতাৰ উন্নতিৰ সমান্তৰালকৈ বৃদ্ধি পাইছে নানা ধৰণৰ বৰ্জনীয় সামগ্ৰীৰ পৰিমাণ। আনকি মহাকাশো ইয়াৰ ব্যতিক্রম নহয়। মহাশূন্যত সম্প্রতি জমা হৈছে আবৰ্জনাৰ স্তূপ। অর্থাৎ প্রদূষণ কেৱল পৃথিবীতেই নাই, অন্তৰীক্ষকো ‘লেতেৰা’ কৰি পেলাইছে মানুহে। অৱশ্যে অনন্ত মহাকাশত ইয়াৰ কোনো প্রভাৱ নাই। যিমান সমস্যা সেয়া পৃথিৱীৰ কক্ষপথত। তাকেই পাক ঘুৰণি খাই ঘূৰি ফুৰিছে ‘আবৰ্জনা ‘বোৰে। সঠিকভাৱে ক’বলৈ হ’লে ‘ই-আবৰ্জনা’। যাৰ পৰিমাণে এইবাৰ ‘বিপদঘণ্টা’ বজাবলৈ আৰম্ভ কৰিছে।

ADVERTISEMENT

এই বিষয়ত সতৰ্ক কৰিছে ইউৰোপীয়ান স্পেচ এজেন্সী (ইএছএ) য়ে। এই ‘ই-আবর্জনা’ কি? ইয়াৰ তালিকাখন দীঘল। বিকল কৃত্রিম উপগ্রহ, ৰকেটৰ পৰিত্যক্ত অংশ, মহাকাশ অভিযান সংক্রান্তীয় আবর্জনা (লেন্স কেপ বা ছেপাৰেচন ব’ল্ট জাতীয় যন্ত্রপাতি),মহাকাশলৈ মানুহে প্ৰেৰণ কৰা বস্তুবোৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা যন্ত্রাংশ আদি।

যি সময়ৰ পৰা মানুহে মহাকাশ অভিযান আৰম্ভ কৰিছে, সেই সময়ৰ পৰাই লক্ষ লক্ষ টুকুৰা ই-আবর্জনা কক্ষপথত জমা হ’বলৈ ধৰিছে। অৱশ্যে সম্প্রতি এলন মাস্কেৰ ‘ষ্টাৰলিংক’ কৃত্রিম উপগ্রহ পঠাবলৈ আৰম্ভ কৰাৰ পাছত নাটকীয়ভাবে বৃদ্ধি পাইছে এই আবৰ্জনাৰ সংখ্যা। এই বিষয়তে উদ্বিগ্ন হৈ পৰিছে ইউৰোপীয় মহাকাশ সংস্থা। কেৱল উদ্বেগ প্রকাশ কৰাতে ক্ষান্ত নাথাকি তেওঁলোকে হাতে-কামেও লাগি পৰিছে। ইএছএৰ তৰফৰ পৰা ইতিমধ্যে ‘জিবো ডেব্রিছ মিচন’ আৰম্ভ কৰিছে। ২০৩০ৰ ভিতৰতে তেওঁলোকৰ সকলো অভিযানৰ পৰা বিয়পি পৰা ই-আবর্জনাবোৰ পৰিষ্কাৰ কৰাৰ লক্ষ্য বান্ধি লৈছে সংস্থাটোৱে।

ইউৰোপীয়ান স্পেচ এজেন্সীয়ে প্ৰতি বছৰে এটাকৈ মহাকাশ-পৰিৱেশ সংক্রান্তীয় প্রতিবেদন প্রকাশ কৰে। তাৰ পৰাই ইউৰোপীয়ান স্পেচ এজেন্ট প্রতিবেদন প্রকাশ কৰে। তা যে এই বিষয়ত সকলো লাখৰো অধিক আৱৰ্জন ছবিখন পৰিষ্কাৰ হৈছে।

তাতেই অনুভূত হৈছে যে এই বিষয়ত সকলো সংস্থাই দ্রুততাৰে পদক্ষেপ হাতত ল’ব লাগিব। ১২ লাখৰো অধিক আবর্জনা মহাকাশত জমা হোৱা বুলি আশংকা কৰা হৈছে।অৱশ্যে এই প্রশ্নও উঠিছে যে এতিয়াই ইয়াক লৈ পদক্ষেপৰ কি গুৰুত্ব আছে? কোৱা হৈছে যে পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, সেয়া শীর্ষবিন্দুত উপনীত হ’বলৈ আৰু দুটা শতিকা লাগিব।

সেই ক্ষেত্রত তাৎক্ষণিক পদক্ষেপৰ প্রয়োজনীয়তা কি জানিব বিচাৰিছে এটা মহলে। এই ক্ষেত্ৰত ইএছএৰ তৰফৰ পৰা যুক্তি দিছে যে ক্রমাৎ ধ্বংসাৱশেষ বৃদ্ধি মানেই মহাকাশলৈ কোনো বস্তু উৎক্ষেপণৰ আশংকাও দ্রুতগতিত বৃদ্ধি পাব। সেয়ে তেওঁলোকে সতৰ্ক কৰিছে যে মহাকাশ সঁচা অৰ্থত অব্যৱহাৰযোগ্য হৈ উঠাৰ বহু আগতেই মহাকাশ অভিযানৰ ব্যয় উল্লেখনীয়ভাবে বৃদ্ধি পাব। ফলত এতিয়াই সতর্ক হোৱা উচিত বুলিয়ে গণ্য কৰিছে বহু গবেষকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dustEuropean Space AgencySpace Center
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d