Insomnia : নিদ্ৰাহীনতা পৰা পৰিত্ৰাণ কেনেকৈ পাব !

images 22

Insomnia :

• নিশা সদায় এক নির্দিষ্ট সময়ত টোপনি যোৱাৰ অভ্যাস গঢ়িব লাগে। তেতিয়া শৰীৰটোৱে সেই নির্দিষ্ট সময়ত জিৰণি বা টোপনিৰ বাবে প্ৰস্তুত হ’ব।

• পলমকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিলেও সুফল পোৱা যায়।

• শোৱাৰ পূৰ্বে কেতিয়াও চাহ, কফি সেৱন কৰিব নালাগে কাৰণ কফিত থকা কেফিনে টোপনিত ব্যাঘাত জন্মায়।

• শোৱা কোঠাত তীব্ৰ পোহৰৰ ব্যৱস্থা নথকাটোৱে মংগলজনক।

• যিটো ঘৰত শোৱে তাত টিভি আদি ৰাখিব নালাগে।

• ঘৰৰ ভেণ্টিলেচন আদি খোলা ৰাখিব লাগে। কাৰণ ঘৰৰ ভিতৰত বাহিৰৰ বিশুদ্ধ বায়ু প্ৰৱেশ নকৰিলে শ্বাস-প্রশ্বাসত ব্যাঘাত জন্মে।

Exit mobile version