Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Killed in Violence: অব্যাহত অসম-মেঘালয় সীমান্তৰ উত্তেজনা মৃতকৰ সংখ্যা বৃদ্ধি ছজনলৈ, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ

publisher by publisher
November 22, 2022
in News, Assam
Reading Time: 1 min read
0
Six Killed in Violence: অব্যাহত অসম-মেঘালয় সীমান্তৰ উত্তেজনা মৃতকৰ সংখ্যা বৃদ্ধি ছজনলৈ, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Six Killed in Violence :

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ স’তে সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা আৰম্ভ হোৱাৰ মাজতে আজি কাহিলীপুৱাতে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ছয়জনলৈ৷ ইয়াৰে পাঁচজন মেঘালয়ৰ বিপৰীতে এজন অসমৰ বনৰক্ষী ৷ এই কথা শ্বিলংত সদৰি কৰে প্ৰতিবেশী ৰাজ্য খনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

ADVERTISEMENT

এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে অসম আৰক্ষী আৰু বন বিভাগক দোষাৰোপ কৰি কয়,অকতৃত্বশীল আৰু অনাধিকাৰ প্ৰৱেশ কৰিছিল মেঘালয়ৰ ভূমিত ৷ আনহাতে শেহতীয়াকৈ অব্যাহত থকা চেপা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সাত জিলাত ইন্টাৰনেট সেৱা ৪৮ ঘন্টাৰ বাবে কৰ্তন কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

7289abf7 ead5 4ce3 9f3e 6e2eaeffb74eএকেদৰে ৰাজ্যখনত পূৰ্ব নিৰ্ধাৰিত সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰে চৰকাৰে ৷ মুখ্যমন্ত্ৰী চাংমাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আনহাতে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম চৰকাৰে৷ অৱশ্যে দিল্লীত লাচিত দিৱসৰ বাবে দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টেলিফোনিক বাৰ্তালাপ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স’তে ৷ শেহতীয়া খবৰ অনুসৰি গুলীচালনা ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে দাখিল কৰিছে এজাহাৰ ৷ আনহাতে সন্ধিয়াভাগত জৰুৰী কেবিনেট আহ্বান কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

উল্লেখ্য যে আজি পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ্ৱতী জিৰিকিডিঙৰ মক্ৰত অসম আৰক্ষী আৰু বন বিভাগৰ যুটীয়া দলে অবৈধ কাঠ সৰবৰাহ কৰ কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰে ৷ কিন্ত কিছু সময়ৰ পিছতে ট্ৰাক খনৰ চালকে ট্ৰাক খন লৈ পলাই যাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ট্ৰাক খনৰ চকালৈ গুলী কৰে৷ গুলীত পাম্পচাৰ হোৱাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক, হেণ্ডিমেন সহ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইজন এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷

0aef2fe2 67b7 48bf a477 a896279616d4ইয়াৰ পিছতে শতাধিক খাচী লোকে ট্ৰাক জব্দ কৰা আৰক্ষী- বনৰক্ষী দলটোক চাৰিওপিনৰ ঘেৰাও কৰি দা,জোং,যাঠি আদি লৈ আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে উত্তেজিত খাচীলোক সকলক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত থিতাতে নিহত হয় পাঁচজনকৈ লোক৷আনহাতে উত্তেজিত খাচীলোকৰ আক্ৰমণত নিহত হয় অসম বনৰক্ষীৰ এজন জোৱান ৷

খাচী লোক সকলে এই পৰ্যন্ত খেৰনী বন শিৱিৰৰ বনৰক্ষী জনৰ মৃতদেহ চমজাই দিয়াৰ পৰা বিৰত আছে ৷ আনপিনে একাংশ ক্ষুব্ধ খাচী লোকে আজি বিয়লী বন বিভাগৰ খেৰনী বিটৰ বন শিৱিৰটো জ্বলাই দিয়ে ৷এই ঘটানাই সমগ্ৰ সীমান্তৰ্ৱতী অঞ্চলটোত উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে দুই ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমান্তকেন্দ্ৰীক সমস্যা শেহতীয়াকৈ এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত সমাধানৰ পদক্ষেপ দুয়োখন চৰকাৰে লোৱাৰ সময়তে গুলীচালনাৰ ঘটনাই বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰিছে সচেতন মহলে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKARBI ANGLONGMEGHALAYAViolence
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d