Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Killed in Violence: অব্যাহত অসম-মেঘালয় সীমান্তৰ উত্তেজনা মৃতকৰ সংখ্যা বৃদ্ধি ছজনলৈ, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ

publisher by publisher
November 22, 2022
in Assam, News
Reading Time: 1 min read
0
Six Killed in Violence: অব্যাহত অসম-মেঘালয় সীমান্তৰ উত্তেজনা মৃতকৰ সংখ্যা বৃদ্ধি ছজনলৈ, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

Six Killed in Violence :

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ স’তে সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা আৰম্ভ হোৱাৰ মাজতে আজি কাহিলীপুৱাতে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ছয়জনলৈ৷ ইয়াৰে পাঁচজন মেঘালয়ৰ বিপৰীতে এজন অসমৰ বনৰক্ষী ৷ এই কথা শ্বিলংত সদৰি কৰে প্ৰতিবেশী ৰাজ্য খনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

ADVERTISEMENT

এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে অসম আৰক্ষী আৰু বন বিভাগক দোষাৰোপ কৰি কয়,অকতৃত্বশীল আৰু অনাধিকাৰ প্ৰৱেশ কৰিছিল মেঘালয়ৰ ভূমিত ৷ আনহাতে শেহতীয়াকৈ অব্যাহত থকা চেপা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সাত জিলাত ইন্টাৰনেট সেৱা ৪৮ ঘন্টাৰ বাবে কৰ্তন কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

একেদৰে ৰাজ্যখনত পূৰ্ব নিৰ্ধাৰিত সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰে চৰকাৰে ৷ মুখ্যমন্ত্ৰী চাংমাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আনহাতে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম চৰকাৰে৷ অৱশ্যে দিল্লীত লাচিত দিৱসৰ বাবে দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টেলিফোনিক বাৰ্তালাপ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স’তে ৷ শেহতীয়া খবৰ অনুসৰি গুলীচালনা ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে দাখিল কৰিছে এজাহাৰ ৷ আনহাতে সন্ধিয়াভাগত জৰুৰী কেবিনেট আহ্বান কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

উল্লেখ্য যে আজি পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ্ৱতী জিৰিকিডিঙৰ মক্ৰত অসম আৰক্ষী আৰু বন বিভাগৰ যুটীয়া দলে অবৈধ কাঠ সৰবৰাহ কৰ কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰে ৷ কিন্ত কিছু সময়ৰ পিছতে ট্ৰাক খনৰ চালকে ট্ৰাক খন লৈ পলাই যাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ট্ৰাক খনৰ চকালৈ গুলী কৰে৷ গুলীত পাম্পচাৰ হোৱাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক, হেণ্ডিমেন সহ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইজন এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷

ইয়াৰ পিছতে শতাধিক খাচী লোকে ট্ৰাক জব্দ কৰা আৰক্ষী- বনৰক্ষী দলটোক চাৰিওপিনৰ ঘেৰাও কৰি দা,জোং,যাঠি আদি লৈ আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে উত্তেজিত খাচীলোক সকলক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত থিতাতে নিহত হয় পাঁচজনকৈ লোক৷আনহাতে উত্তেজিত খাচীলোকৰ আক্ৰমণত নিহত হয় অসম বনৰক্ষীৰ এজন জোৱান ৷

খাচী লোক সকলে এই পৰ্যন্ত খেৰনী বন শিৱিৰৰ বনৰক্ষী জনৰ মৃতদেহ চমজাই দিয়াৰ পৰা বিৰত আছে ৷ আনপিনে একাংশ ক্ষুব্ধ খাচী লোকে আজি বিয়লী বন বিভাগৰ খেৰনী বিটৰ বন শিৱিৰটো জ্বলাই দিয়ে ৷এই ঘটানাই সমগ্ৰ সীমান্তৰ্ৱতী অঞ্চলটোত উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে দুই ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমান্তকেন্দ্ৰীক সমস্যা শেহতীয়াকৈ এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত সমাধানৰ পদক্ষেপ দুয়োখন চৰকাৰে লোৱাৰ সময়তে গুলীচালনাৰ ঘটনাই বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰিছে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKARBI ANGLONGMEGHALAYAViolence
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d