Drone : পঞ্জাৱৰ চাহাৰপুৰৰ পাক সীমান্তত পাকিস্তানী ড্ৰ’ন ভূপতিত বিএচ এফৰ

পাকিস্তানী দুৰ্বৃত্তৰ ড্ৰ'নৰ জৰিয়তে ড্ৰাগছৰ চোৰাং সৰবৰাহৰ প্ৰচেষ্টা

BSF shoots down drone armed with

Drone:
পঞ্জাৱৰ পাক সীমান্তৰ্ৱতী এলেকাত পাকিস্তানী দুৰ্বৃত্তই ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰি আহিছে ড্ৰ’ণ ৷ আজি পঞ্জাৱৰ অমৃতসৰ গ্ৰাম্য জিলাৰ চাহাৰপুৰ সীমান্তৱৰ্তী ভাৰতৰ গাওঁ এখনৰ সীমাৰ ভিতৰলৈ সোমাই অহা পাকিস্তানী দুৰ্বৃত্তৰ ড্ৰ’ণ এখন গুলীয়াই ভূপতিত কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

প্ৰাপ্ত খবৰ মতে, ড্ৰোনখন পাকিস্তানৰ পৰা ভাৰতীয় ভূ-খণ্ডলৈ প্ৰৱেশ কৰিছিল । এই ঘটনাৰ পিছতে বিএছ এফে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰম্ভ কৰিছে তালাচী ৷

বিএছএফে ভূপতিত কৰা ড্ৰ’ণখনৰ হেক্সাকপ্টাৰ আংশিক ক্ষতিগ্ৰস্ত অৱস্থাত উদ্ধাৰ কৰিছিল ৷ তাৰ পৰা উদ্ধাৰ কৰে সন্দেহজনক সামগ্ৰী।

Exit mobile version