Supari Mafia Arrested : গুৱাহাটী টকিঅ’টাৱাৰৰ পৰা আটক মষ্ট ৱান্টেড চুপাৰী মাফিয়া যশবীৰ

daa46823 2919 4a82 9c1f 00ff86cef080

Supari Mafia Arrested :

পলাতক হৈ থকা দুৰ্ধৰ্ষ চুপাৰী মাফিয়া যশবীৰ সিং চাটোৱাল অৱশেষত পৰিল আৰক্ষীৰ জালত ৷

মহানগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত মঙলবাৰে দুপৰীয়া বেলতলাৰ অভিজাত হোটেল ‘টকিঅ টাৱাৰত অৰ্তকিতে অভিযান চলাই চুপাৰী মাফিয়াটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে ধৃত মাফিয়াটোৱে দীৰ্ঘদিনৰ পৰা বৰাকৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ গোপনে চলাই আহিছিল বাৰ্মিজ চুপাৰীৰ সৰবৰাহ ৷

এই সন্দৰ্ভত বিভিন্ন সময়ত উদ্থাপিত অভিযোগ অনুসৰি আৰক্ষীয়ে মাফিয়াটোৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল ৷ আৰক্ষীৰ এই কঠোৰ স্থিতিৰ পিছতে পলাতক অৱস্থাত আছিল যদিও দীৰ্ঘদিনৰ পিছত মহানগৰ আৰক্ষীৰ জালত পৰে দুৰ্ধৰ্ষ চুপাৰী মাফিয়াটো ৷

Exit mobile version