Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Peta India : অসম চৰকাৰক পেটাৰ আহ্বান বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰা

publisher by publisher
November 15, 2022
in India, Assam, News, Wildlife
Reading Time: 2 mins read
0
Peta India : অসম চৰকাৰক পেটাৰ আহ্বান বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰা
3
SHARES
34
VIEWS
ShareShareShareShare

Peta India :

পেটা ইণ্ডিয়া হৈছে দুই নিযুত সদস্য আৰু সমর্থক থকা এটা পশু সুৰক্ষা গোট। এই গোটৰ প্ৰচেষ্টাত জীৱ-জন্তুৰ জীৱন ধাৰণৰ মান উন্নত হৈছে আৰু অগণন জীৱ-জন্তুৰ জীৱন ৰক্ষা হৈছে ।

ADVERTISEMENT

এটা দশকতকৈও অধিক সময়ৰ পূৰ্বে, অসমৰ উত্তৰ-পূবৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১০ বছৰ বয়স নোহোৱা এটা হাতীৰ পোৱালীয়ে তামিলনাডুৰ দূৰৱৰ্তী এটা মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছিল।

RelatedPosts

Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত

Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ

Non-Hindu Temples Banned From Entering Tamil Nadu:তামিলনাডুৰ মন্দিৰত প্রবেশ নিষিদ্ধ হ’ল অহিন্দুৰ

সেই সময়ত ভাৱিছিল যে হাতীটো মাত্র তিনি বছৰৰ বাবেহে যাব আৰু তাৰ পাছত অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁওলৈ ঘূৰি আহিব।

নিজৰ ৰাজ্যলৈ পুনৰ যাত্ৰা আৰম্ভ কৰা তাৰিখৰ পৰা এতিয়া নবছৰ পাৰ হৈ গ’ল যদিও হাতীটো এতিয়াও তামিলনাডুৰ শ্রীতিল্লুপুখুৰ নাচিয়াৰ তিৰুকোভিল মন্দিৰত শিকলিৰে বান্ধি ৰখা হৈছে ৷

কেৱল তাইক ঘূৰাই দিয়াই নহয়, বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২-ৰ উলঙ্ঘন কৰি তাইক অকলশৰীয়াকৈ বন্দী কৰি ৰখাৰ সময়ত মাৰপিট, পিঞ্জৰাবদ্ধ কৰা, তাইক আবদ্ধ কৰি থং উধাই কাম কৰোৱা আৰু নির্যাতন চলোৱাৰ লগতে মাৰণাস্ত্ৰৰ সততে ভয়-ভাবুকি দি নিয়ন্ত্ৰণ কৰা হৈছে । এই হাতীটো হৈছে জয়মালা, যাক এতিয়া জীমালয়াথা বুলি কোৱা হয়।

জয়মালাৰ দুৰ্দশাৰ কথা প্রথম পোহৰলৈ আহিছিল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত । এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল,য’ত দেখা গৈছিল যে দুজন লোকে লাঠিৰে এটা হাতীক নির্দয়ভাৱে প্ৰহাৰ কৰিছে ।

হাতীটোৱে তাইক আক্রমণ কৰা দুজনৰ সু-নির্দেশনামূলক আঘাতৰ পৰা ৰক্ষা পাবলৈ এখন ভৰিৰ পৰা আনখন ভৰিলৈ সলনি কৰাৰ সময়ত যন্ত্ৰণাত চিঞৰি চিঞৰি থকা শুনা যায়।

বিড়ম্বনাৰ বিষয়টো হ’ল যে তামিলনাড়ু চৰকাৰৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগৰ দ্বাৰা পৰিচালিত মন্দিৰ আৰু দৰগাহৰ হাতীৰ বাবে হোৱা বার্ষিক ৪৮ দিনীয়া পুনৰুজীৱিতকৰণ শিবিৰৰ সময় সেই ঘটনাটো সংঘটিত হৈছিল।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যখনৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগে সেই সময়ত জনাই যে কষ্ট দিয়া মাউত বিনিল কুমাৰ আৰু কাবাদী শিৱ প্ৰসথক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মাহুতজনক নিলম্বন কৰা হৈছে।

মাউত আৰু কাবাদীয়ে জয়মালাক কেৱল তেওঁলোকৰ আজ্ঞা পালন নকৰাৰ বাবেহে প্ৰহাৰ কৰা বুলি খবৰ দিয়ে। আৰু মাৰপিট ইমানেই তীব্র আছিল যে তেওঁলোকে দেশবাসীক হতভম্ব কৰি তোলাৰ পিছতো জয়মলাক পুনৰ শ্ৰীভিল্লুপুথুৰ নাচিয়াৰ থিৰু কোভিল মন্দিৰলৈ পঠিয়াই দিয়া হৈছিল ৷

এই সন্দৰ্ভত পেটা ইণ্ডিয়ায়ে, তেতিয়া প্রধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্রাণী ৱাৰ্ডেনলৈ চিঠি লিখে যে,তামিলনাডুৰ বন বিভাগে জয়মালাক জব্দ কৰি চিকিৎসা কৰিব পৰা অভয়াৰণ্যত পুনৰ সংস্থাপন দিবলৈ আহ্বান জনায়, য’ত তাইক জীৱিত বুলি গণ্য কৰি, অসমত থকা সমকক্ষৰ লগত আলোচনা কৰি চিকিৎসা, শিকলিবিহীন আৰু আন হাতীৰ সংগত থাকিব পৰা অভয়াৰণ্যত পুনৰ সংস্থাপন কৰা।

পেটা ইণ্ডিয়াই হিন্দী ৰিলিজিঅ’ন এণ্ড চেৰিটেবল এণ্ডাউমেন্ট বিভাগলৈও অনুৰূপ পত্ৰ প্ৰেৰণ কৰিছিল । পেটা ইণ্ডিয়াই জয়মালাৰ পৰিৱৰ্তে আমাৰ থৰচত এটা সুন্দৰ জীৱনৰূপী ইলেক্ট্ৰনিক আৰু মেকানিকেল হাতী উপহাৰ হিচাপে দিয়াৰ প্ৰস্তাৱ দিছিল।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অসমৰ পৰা চাৰিজনীয়া এটা দল জয়মালা আৰু আন হাতীকেইটাক পৰিদৰ্শন কৰিবলৈ প্ৰেৰণ কৰা হৈছিল, তেওঁলোকৰ জীৱন-ধাৰণৰ অৱস্থা পর্যবেক্ষণ কৰিবলৈ আৰু তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

বাৰে বাৰে প্ৰচেষ্ট কৰাৰ পাছত তামিলনাড়ুয়ে যাতে অসম দলটোক জয়মালা ঘূৰাই দিয়া সেয়া নিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশ লৈছিল । একে সময়তে বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি তামিলনাড়ু চৰকাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ওচৰত দাখিল কৰিছে যে জয়মালা আৰু আন আঠটা হাতীক অসমলৈ ঘূৰাই পঠিওৱাৰ কোনো পৰিকল্পনা নাই।

এই সকলোবোৰ চলি থকাৰ সময়তে তামিলনাডুৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত এটা ভিডিঅ’ প্ৰকাশ কৰে, য’ত জয়মালাক শিকলিমুক্ত, পানীৰ এটা পুলত চলা-ফুৰা কৰা আৰু জীবনি লোৱা দিয়া দেখা গৈছিল। বিভাগটোৱে দাবী কৰিছিল যে তাই “সম্পূর্ণভাৱে ভালে আছে”।

লগতে জয়মালাৰ দুৰ্দশা দেখুৱাই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা ভিডিঅ ‘সমূহকো ভুৱা বুলি আখ্যা দি খাৰিজ কৰে। ২১ অক্টোবৰত আৰু নৱেম্বৰত মাত্র দুদিন আগলৈকে হোৱা পেটাৰ তদন্তই তামিলনাডুৰ হিন্দু ধর্মীয় আৰু চেৰিটেবল এনডাউমেন্ট বিভাগক অসত্য বুলি প্ৰমাণ কৰে।

অসম চৰকাৰক পেটাই আহ্বান জনাই যে ইয়াৰ বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জয়মালাৰ উদ্ধাৰৰ বাবে তামিলনাডুৰ লগত সমন্বয় ৰক্ষা কৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GAUHATI HIGH COURTJOIMALA ELEPHANTMadras High CourtPeta India
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d