Ganja Seized : মহানগৰীৰ বেহাৰবাৰীত গাঞ্জা সহ দুই সৰবৰাহকাৰীক আটক

7861b3f0 37b8 4b42 99a3 6d2e00f55c60

Ganja Seized :

মহানগৰীৰ বশিষ্ট আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা বশিষ্ট আৰক্ষীৰ টহলকাৰী দল এটাই বেহাৰবাৰীত এএছ২৫- বি চি-৭৭৬২ নম্বৰৰ চাৰিচকীয়া বাহন এখনত তালাচী চলাই জব্দ কৰে চয়শ গ্ৰাম গাঞ্জা ৷

লগতে আটক কৰে দুই গাঞ্জা সৰবৰাহকাৰীক ৷ধৃত সৰবৰাহকাৰী দুটা হ’ল ওদালগুৰি মাজবাটৰ সুৰেন হাড্ৰ আৰু দিনেশ দৈমাৰী ৷ আৰক্ষীৰ অধিক তথ্যৰ বাবে ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাক জেৰা

Exit mobile version