Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

publisher by publisher
December 1, 2022
in News, International
Reading Time: 3 mins read
0
Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—
3
SHARES
26
VIEWS
ShareShareShareShare

Polygamy :

ব্ৰাজিলৰ মডেল আৰ্থাৰ ও উৰচো । প্ৰথমবাৰৰ বাবে ২০২১ চনত আন্ত:জাৰ্তিক খবৰৰ শিৰোনাম দখল কৰিছিল এই মডেল যুৱকজনে । আৰ্থাৰে একেলগে ন গৰাকীকৈ যুৱতীক বিয়া কৰাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

ADVERTISEMENT

0 PAY Man with EIGHT wives now plans to have KIDS and says its first come first served as one partne 1উল্লেখ্য যে , ব্ৰাজিলৰ এটা চাৰ্চত আৰ্থাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰিছিল । নিজৰ এই বহুগামী সম্পৰ্কক মহা ধুমধামেৰে উদযাপন কৰি আৰ্থাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল ।

RelatedPosts

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Pele’s Wake Ceremony : উৰেনিশা উজাগৰে থাকিল ব্ৰাজিল !

Brazil – Argentina : ২৩ জানুৱাৰীত মুখামুখি হ’ব ব্ৰাজিল-আৰ্জেন্টিনা

images 2ন গৰাকী পত্নীক লৈ সংসাৰ কৰা আৰ্থাৰক অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী পত্নীয়ে এৰি থৈ যায় । আতৰি যোৱা পত্নীগৰাকীয়ে প্ৰথমে এই বহুগামী বিবাহত সন্মতি প্ৰদান কৰিছিল যদিও পিছত এই সম্পৰ্কক লৈ মোহভংগ হয় আৰু আৰ্থাৰক এৰি দিয়াটোকে ঠিৰাং কৰে ।

0f863839 491d 4ca9 9959 a2a3250dcab5ইয়াৰ পিছত আৰ্থাৰে আঠ গৰাকী পত্নীলৈ এই বৃহৎ সংসাৰখন আগবঢ়াই নিছিল । এই বৃহৎ পৰিয়ালটো ৰাখিবৰ কাৰণে আৰ্থাৰে ব্ৰাজিলৰ জোঁ পেচ’ৰা চহৰত এটা প্ৰাসাদোপম অট্টালিকা সাজি উলিয়াইছে । এই ৩৬ বছৰীয়া আৰ্থাৰে আঠ গৰাকী স্ত্ৰীক লৈ সুখৰ সংসাৰ কৰি আছিল যদিও বৰ্তমান এই বৃহৎ সংসাৰখনলৈ যেন অশান্তিৰ ছায়া নামি আহিছে ।

f0759b5c f134 4d14 b912 e7c60f25760fখবৰ অনুসৰি , সম্প্ৰতি এই আঠ পত্নীৰ মাজৰে চাৰি গৰাকী পত্নীয়ে আৰ্থৰৰ লগত বিবাহ বিচ্ছেদ কৰিছে । উভয়পক্ষৰ মাজত বহুগামী সম্পৰ্ক , দৈনন্দিন দিনযাপন সংক্ৰান্তৰ না-না বিষয়ৰ মতবিৰোধ হোৱাৰ বাবেই তেওঁলোকে এই সম্পৰ্কৰ পৰা মুক্তি বিচাৰে । অৱশ্যে উভয়পক্ষৰ সন্মতি সাপেক্ষে এই বিবাহ বিচ্ছেদ সম্পন্ন হয় ।

downloadএই বিষয়ত আৰ্থাৰে কয় যে , এই মূহুৰ্তত তেওঁৰ পত্নী মাত্ৰ চাৰিজনী । তেওঁৰ লগতে এই চাৰি পত্নী বৰ্তমান ব্ৰাজিলৰ সেই বিশাল ঘৰখনত বাস কৰিছে ।

images 3এই বিষয় লৈ বহুবাৰ সাংবাদিকে সাক্ষাৎকাৰ লৈছিল আৰ্থাৰৰ । তেওঁৰ বহুগামী জীৱনক লৈ সকলোৰে থকা কৌতুহলৰ বাবে আৰ্থাৰে কৈছিল যে , একাধিক পত্নীৰ লগত এনেকৈ জীৱন নিৰ্বাহ কৰাটো সকলোৰে লগত মিলি থকাটো ইমানো কঠিন নহয়।

722f9b9aa5কিন্তু আৰ্থাৰৰ চাৰি পত্নীৰ লগত কিয় বিচ্ছেদ হ’ল ? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছিল যে ,প্ৰথম অৱস্থাত এই বহুগামী বৈবাহিক সম্পৰ্ক স্থাপন কৰোতে না-না কথা শুনিবলগীয়া হৈছিল ।

1326242 fotojet 2022 04 05t210627.598তেওঁৰ পত্নীসকলক সকলোৱে ঠাট্টা কৰিছিল আৰু যেতিয়া এই কথাবোৰ শুনো মনটো অত্যন্ত বেয়া হৈ গৈছিল । সমাজৰ এনে সমালোচনাৰ মাজত নিজৰ জীৱনটোত জীয়াই থকাটো যথেষ্ট সন্দিহান হৈ উঠিছিল ।

images 9তেনে সময়ত তেওঁ পত্নীসকলৰ লগত সকলো কথা আলোচনা কৰি এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছিল । এনেদৰে আলোচনাৰ মাধ্যমেৰে তেওঁ চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

oito3আৰ্থাৰে আৰু কৈছিল ,’’ আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল । শান্তিৰে আমি এই সম্পৰ্কৰ অৱসান কৰিছিলো । প্ৰত্যেকে প্ৰত্যেকৰ লগত অনুভূতিৰ ভাগ-বতৰা কৰিছিলো । মুক্ত ভালপোৱাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ এনেদৰেই হোৱা উচিত।‘’

images 6

চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ আৰ্থাৰে বিচাৰিছিলেনে ? আচলতে আৰ্থাৰে বহুবাৰ এই প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল । প্ৰতিবাৰে অৱশ্যে একেটাই উত্তৰ আছিল যে , তেওঁ কেতিয়াও এগৰাকী পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে ।

0 Jam Press JMP190350তেওঁক একাধিক সংগীৰ প্ৰয়োজন । এনে সময়ত আৰ্থাৰে নিশ্চয়কৈ নতুন সংগীৰ অনুসন্ধান কৰিছিল । কিন্তু পুনৰ বিয়া কৰাবলৈ তেওঁ প্ৰস্তুত হয় নে নহয় , সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাছিল এই ব্ৰাজিলিয়ান মডেলজনে । কিন্তু বিবাহ নকৰালেও আৰ্থাৰৰ সংগীৰ যে প্ৰয়োজন সেইকথা তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ।

images 8কেৱল বহুগামী সম্পৰ্কৰ বাবেই নহয় , সংগী বিচৰাৰ অন্য এটা কাৰণো আছিল তেওঁৰ । আৰ্থাৰে কৈছিল ,তেওঁৰ বিশাল ঘৰটো সকলো সময়তে পৰিপূৰ্ণ হৈ থকটো তেওঁ বিচাৰে । যিহেতু এই বিশাল ঘৰটোত এটা এটা কোঠাত বৃহৎ আকাৰৰ বিছনা আছে । বিবাহ বিচ্ছেদৰ পিছত এই সকলো বিছনা খালী হৈ পৰিল ।

images 7

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arthur O UrsoBrazilModelPolygamy
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d