Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

publisher by publisher
December 1, 2022
in International, News
Reading Time: 3 mins read
0
Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

বহুগামিতাৰ জয়গান গাই সমস্যাত ব্রাজিলৰ মডেল

২৭ কোটি বছৰৰ পুৰণি ‘জীৱন্ত ফচিল’ উদ্ধাৰ

Polygamy :

ব্ৰাজিলৰ মডেল আৰ্থাৰ ও উৰচো । প্ৰথমবাৰৰ বাবে ২০২১ চনত আন্ত:জাৰ্তিক খবৰৰ শিৰোনাম দখল কৰিছিল এই মডেল যুৱকজনে । আৰ্থাৰে একেলগে ন গৰাকীকৈ যুৱতীক বিয়া কৰাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

ADVERTISEMENT

উল্লেখ্য যে , ব্ৰাজিলৰ এটা চাৰ্চত আৰ্থাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰিছিল । নিজৰ এই বহুগামী সম্পৰ্কক মহা ধুমধামেৰে উদযাপন কৰি আৰ্থাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল ।

ন গৰাকী পত্নীক লৈ সংসাৰ কৰা আৰ্থাৰক অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী পত্নীয়ে এৰি থৈ যায় । আতৰি যোৱা পত্নীগৰাকীয়ে প্ৰথমে এই বহুগামী বিবাহত সন্মতি প্ৰদান কৰিছিল যদিও পিছত এই সম্পৰ্কক লৈ মোহভংগ হয় আৰু আৰ্থাৰক এৰি দিয়াটোকে ঠিৰাং কৰে ।

ইয়াৰ পিছত আৰ্থাৰে আঠ গৰাকী পত্নীলৈ এই বৃহৎ সংসাৰখন আগবঢ়াই নিছিল । এই বৃহৎ পৰিয়ালটো ৰাখিবৰ কাৰণে আৰ্থাৰে ব্ৰাজিলৰ জোঁ পেচ’ৰা চহৰত এটা প্ৰাসাদোপম অট্টালিকা সাজি উলিয়াইছে । এই ৩৬ বছৰীয়া আৰ্থাৰে আঠ গৰাকী স্ত্ৰীক লৈ সুখৰ সংসাৰ কৰি আছিল যদিও বৰ্তমান এই বৃহৎ সংসাৰখনলৈ যেন অশান্তিৰ ছায়া নামি আহিছে ।

খবৰ অনুসৰি , সম্প্ৰতি এই আঠ পত্নীৰ মাজৰে চাৰি গৰাকী পত্নীয়ে আৰ্থৰৰ লগত বিবাহ বিচ্ছেদ কৰিছে । উভয়পক্ষৰ মাজত বহুগামী সম্পৰ্ক , দৈনন্দিন দিনযাপন সংক্ৰান্তৰ না-না বিষয়ৰ মতবিৰোধ হোৱাৰ বাবেই তেওঁলোকে এই সম্পৰ্কৰ পৰা মুক্তি বিচাৰে । অৱশ্যে উভয়পক্ষৰ সন্মতি সাপেক্ষে এই বিবাহ বিচ্ছেদ সম্পন্ন হয় ।

এই বিষয়ত আৰ্থাৰে কয় যে , এই মূহুৰ্তত তেওঁৰ পত্নী মাত্ৰ চাৰিজনী । তেওঁৰ লগতে এই চাৰি পত্নী বৰ্তমান ব্ৰাজিলৰ সেই বিশাল ঘৰখনত বাস কৰিছে ।

এই বিষয় লৈ বহুবাৰ সাংবাদিকে সাক্ষাৎকাৰ লৈছিল আৰ্থাৰৰ । তেওঁৰ বহুগামী জীৱনক লৈ সকলোৰে থকা কৌতুহলৰ বাবে আৰ্থাৰে কৈছিল যে , একাধিক পত্নীৰ লগত এনেকৈ জীৱন নিৰ্বাহ কৰাটো সকলোৰে লগত মিলি থকাটো ইমানো কঠিন নহয়।

কিন্তু আৰ্থাৰৰ চাৰি পত্নীৰ লগত কিয় বিচ্ছেদ হ’ল ? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছিল যে ,প্ৰথম অৱস্থাত এই বহুগামী বৈবাহিক সম্পৰ্ক স্থাপন কৰোতে না-না কথা শুনিবলগীয়া হৈছিল ।

তেওঁৰ পত্নীসকলক সকলোৱে ঠাট্টা কৰিছিল আৰু যেতিয়া এই কথাবোৰ শুনো মনটো অত্যন্ত বেয়া হৈ গৈছিল । সমাজৰ এনে সমালোচনাৰ মাজত নিজৰ জীৱনটোত জীয়াই থকাটো যথেষ্ট সন্দিহান হৈ উঠিছিল ।

তেনে সময়ত তেওঁ পত্নীসকলৰ লগত সকলো কথা আলোচনা কৰি এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছিল । এনেদৰে আলোচনাৰ মাধ্যমেৰে তেওঁ চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

আৰ্থাৰে আৰু কৈছিল ,’’ আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল । শান্তিৰে আমি এই সম্পৰ্কৰ অৱসান কৰিছিলো । প্ৰত্যেকে প্ৰত্যেকৰ লগত অনুভূতিৰ ভাগ-বতৰা কৰিছিলো । মুক্ত ভালপোৱাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ এনেদৰেই হোৱা উচিত।‘’

চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ আৰ্থাৰে বিচাৰিছিলেনে ? আচলতে আৰ্থাৰে বহুবাৰ এই প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল । প্ৰতিবাৰে অৱশ্যে একেটাই উত্তৰ আছিল যে , তেওঁ কেতিয়াও এগৰাকী পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে ।

তেওঁক একাধিক সংগীৰ প্ৰয়োজন । এনে সময়ত আৰ্থাৰে নিশ্চয়কৈ নতুন সংগীৰ অনুসন্ধান কৰিছিল । কিন্তু পুনৰ বিয়া কৰাবলৈ তেওঁ প্ৰস্তুত হয় নে নহয় , সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাছিল এই ব্ৰাজিলিয়ান মডেলজনে । কিন্তু বিবাহ নকৰালেও আৰ্থাৰৰ সংগীৰ যে প্ৰয়োজন সেইকথা তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ।

কেৱল বহুগামী সম্পৰ্কৰ বাবেই নহয় , সংগী বিচৰাৰ অন্য এটা কাৰণো আছিল তেওঁৰ । আৰ্থাৰে কৈছিল ,তেওঁৰ বিশাল ঘৰটো সকলো সময়তে পৰিপূৰ্ণ হৈ থকটো তেওঁ বিচাৰে । যিহেতু এই বিশাল ঘৰটোত এটা এটা কোঠাত বৃহৎ আকাৰৰ বিছনা আছে । বিবাহ বিচ্ছেদৰ পিছত এই সকলো বিছনা খালী হৈ পৰিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arthur O UrsoBrazilModelPolygamy
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d