Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bharat jodo yatra : সাত দিনতেই মৰি যাম যেন লাগিছে : ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য কমল নাথৰ

publisher by publisher
December 2, 2022
in India, News, Politics
Reading Time: 3 mins read
0
Bharat jodo yatra : সাত দিনতেই মৰি যাম যেন লাগিছে : ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য কমল নাথৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Bharat jodo yatra :

ভাৰত জোড়ো যাত্রাত (Bharat Jodo Yatra) সাত দিন কটায়েই মৰি যাম যেন অনুভৱ হৈছে – বিস্ফোৰক মন্তব্য কৰিলে মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কমল নাথে (Kamal Nath) ।

ADVERTISEMENT

এই মন্তব্যৰ ভিডিঅ’ প্রকাশ্যত অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত । কংগ্রেছক কটাক্ষ কৰি বার্তা দিছে বিজেপি-য়ে ।

RelatedPosts

Mira Borthakur Nomination Files:গুৱাহাটীত বৃহৎ সমদলৰে মনোনয়ন দাখিল মীৰা বৰঠাকুৰ গোস্বামীৰ

Rana Goswami : প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

প্রসংগত, কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে (Rahul Gandhi) কয়, ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰি প্রচুৰ খোজকাঢ়িলেও কোনো বিশেষ সমস্যাত পৰা নাই ।

কিন্তু কমলৰ এই মন্তব্যৰ পাছত বিজেপিৰ দাবী, মানুহক জোৰ কৰি এই যাত্রাত খোজকাঢ়িবলৈ বাধ্য কৰিছে ৰাহুল গান্ধীয়ে ।

ভাৰত জোড়ো যাত্রাৰ নিয়ম অনুযায়ী, প্রতিদিনে পুৱা ছয় বজাৰ পৰা খোজকঢ়া হ’ব । দিনত প্ৰায় ২৪ কিলোমিটাৰ খোজকাঢ়িব লাগিব প্রত্যেক যাত্রীৰে ।

এইদৰে একেৰাহে সাতদিন কটাই মধ্যপ্রদেশৰ মুখ্যমন্ত্রীৰ ভাব হৈছে, তেওঁ হয়তো মৰিও যাব পাৰে ।

ইন্দৌৰত পণ্ডিত প্রদীপ মিশ্রৰ স’তে দেখা কৰিবলৈ গৈছিল কংগ্রেছ নেতাগৰাকী । তাতেই তেওঁ কয়, “ম‌ইতো সাতদিন মৰিছো । যাত্রাৰ দুটা নিয়ম- পুৱা ছয় বজাৰ পৰা খোজকঢ়া আৰম্ভ কৰা ।

धर्म और जनजातीय समाज के प्रति राहुल गांधी जी का पाखंड कमलनाथ जी के वायरल वीडियो में खुद उनकी जुबानी बयां हो रहा है।

राहुल बाबा से ये अपील भी करता हूं कि अपने इवेंट की सफलता के लिए शारीरिक रूप से असमर्थ अपने ही लोगों को जबरन 'बलि का बकरा' न बनाएं। pic.twitter.com/daiT96enuH

— Dr Narottam Mishra (Modi Ka Parivar) (@drnarottammisra) November 30, 2022

কমেও ২৪ কিলোমিটাৰ খোজকাঢ়িব‌ই লাগিব ।” এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বিভিন্ন মহলত সমালোচনাৰ আলোড়ন উঠে ।

ৰাহুল গান্ধীক আক্রমণৰ সুযোগ এৰা নাই বিজেপিয়েও । কমল নাথৰ ভিডিঅ’ৰ উত্তৰত এটা টুইট কৰে মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই ।

প্রাক্তন মুখ্যমন্ত্রীৰ জাতি পৰিচয় উল্লেখ কৰি তেওঁ কয়, “জাতি আৰু ধর্মৰ ভিত্তিত ভেদাভেদ কৰে ৰাহুল গান্ধীয়ে । পিছপৰা জাতিৰ প্রতি তেওঁৰ মানসিকতা কেনেকুৱা, সেই বিষয় ফাদিল কৰিছে কমল নাথে । ম‌ই ৰাহুল বাবাক আবেদন কৰিছো, নিজৰ যাত্রাক সকলোৰে আগত সফল প্রমাণ কৰিবলৈ গৈ অন্যক অসুবিধাত নেপেলাব । যিসকল শাৰীৰিকভাৱে সক্ষম নহয়, তেওঁলোকক বলিৰ পাঠা নবনাব ।”

প্রসংগত, ভাৰতৰ একাধিক বিশিষ্ট নাগৰিকে ভাৰত জোড়ো যাত্রাত যোগ দিছে । সেয়ে ৰাহুল গান্ধীয়ে কয়, দেশজুৰি প্রায় দুহেজাৰ কিলোমিটাৰ পথ খোজকাঢ়িও তেওঁ ক্লান্ত হোৱা নাই । তেওঁৰ সহযাত্রীসকলো সুস্থ-সবল হৈ আছে ।

কিছুদিন পূৰ্বে ৰাহুলে কৈছিল, এই যাত্রা কেৱলমাত্র ৰাজনৈতিক কাৰ্যসূচী নহয় । তেওঁৰ বাবে এই যাত্রা ব্যক্তিগত । নিজকে আৰু এই ‘সুন্দৰ’ দেশখনক ভালকৈ বুজাই তেওঁৰ এই যাত্রাত অংশ লোৱাৰ উদ্দেশ্য ।

এই যাত্রাত অংশ লৈ তেওঁৰ আঠুৰ সমস্যাও কমি গৈছে বুলি দাবী কৰিছিল কংগ্রেছ সাংসদজনে । অৱশ্যে মধ্যপ্রদেশৰ নেতাৰ মন্তব্যত যথেষ্ট অস্বস্তিত পৰিব ৰাহুল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Pradesh CongressBHARAT JODO YATRAIndian National Congress
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d