Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ajitdas : এডিডাছৰ আছে ভ্ৰাতৃ , সামাজিক মাধ্যমত ভাইৰেল হ’ল ‘ অজিতদাস ‘

publisher by publisher
November 29, 2022
in India, News
Reading Time: 2 mins read
0
Ajitdas : এডিডাছৰ আছে ভ্ৰাতৃ , সামাজিক মাধ্যমত ভাইৰেল হ’ল ‘ অজিতদাস ‘
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Brazil:চুৰি ফোনত এগৰাকী যুৱতীৰ ছবি দেখি প্ৰেমত পৰিল চোৰ ! ম’বাইল ঘূৰাই দিবলৈ আহি কি কৰিলে ?

WhatsApp controversial screenshot:গৌৰৱ গগৈৰ সভাপতিৰ দায়িত্ব লোৱাৰ দিনাই ভাইৰেল হ’ল এক বিতৰ্কিত স্ক্ৰীণচৰ্ট

Cancel Wedding : দৰাই দিয়া লেহেংগা কম দামৰ, কইনাই ভাঙিলে বিবাহ

Ajitdas :

বিলাসী জীৱনপ্রিয় ব্যক্তিয়ে সাধাৰণতে নানা ধৰণৰ ‘ব্ৰেণ্ড’ পছন্দ কৰে। এনে ব্যক্তিয়ে সাজ-পোছাকৰ পৰা আৰম্ভ কৰি সকলো সামগ্রী প্রতিষ্ঠিত ব্ৰেণ্ডৰ ক্ৰয় কৰে। কিন্তু ‘ব্ৰেণ্ডেড’ সামগ্রী ক্ৰয় কৰাটো সকলোৰে বাবে সম্ভৱ নহয় ৷

ADVERTISEMENT

এনে ব্যক্তিৰ বাবে ব্ৰেণ্ডেড সামগ্ৰীৰ বিকল্প হৈছে নকল সামগ্রী। বজাৰত প্ৰায়বোৰ প্রতিষ্ঠিত ব্ৰেণ্ডৰে নকল সামগ্ৰী পোৱা যায়।

অনুলিপিকাৰী কোম্পানীয়ে এনে কিছুমান সামগ্ৰী তৈয়াৰ কৰে যিসমূহ প্ৰকৃত ব্ৰেণ্ডৰ স’তে দেখাত হুবহু হয়৷ ভাৰতৰ বিখ্যাত উদ্যোগপতি আনন্দ মাহিন্দ্ৰাই টুইটাৰত এনে এক প্রতিষ্ঠিত ব্ৰেণ্ডৰ নকল সামগ্ৰীৰ ছবি আপলোড কৰি সৰস মন্তব্য কৰিলে।

মাহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মাহিন্দ্ৰাই টুইটাৰত আপলোড কৰা ছবিত এপাত বগা জোতা প্রত্যক্ষ হৈছে আৰু প্রথম দৃষ্টিত যিকোনো লোকে সেই পাত এডিডাছৰ জোতা বুলি ধাৰণা কৰিব।

আনকি সেই জোতাত আছে এডিডাছৰ সেই চিৰ পৰিচিত ল’গ’ আৰু তিনি ষ্ট্রাইপৰ ট্রেডমার্ক। দূৰৰ পৰা চালে এডিডাছৰ জোতা বুলিয়ে সকলোৰে ধাৰণা হ’ব। কিন্তু ওচৰৰ পৰা জোতাৰ ল’গ’ চালে দেখা পাব যে এডিডাছ নহয়, ল’গ’ত লিখা আছে ‘অজিতদাস’ বুলিহে।

বিষয়টো সামাজিক মাধ্যমৰ জৰিয়তে আলোচ্য কৰি তুলিলে উদ্যোগপতি মাহিন্দ্ৰাই। টুইট কৰি এই বিষয়ত হাস্যকৰ সৃষ্টি কৰিলে মাহিন্দ্ৰাই।

তীক্ষ্ণভাৱে দৃষ্টি নিক্ষেপ কৰিলে দেখা যাব যে জোতাৰ ল’গ’ত ‘এডিডাছ’ৰ পৰিৱৰ্তে লিখা আছে ‘অজিতদাস’।

উদ্যোগপতি মাহিন্দ্ৰাই টুইটত এইখন ছবি সংলগ্ন কৰি এইদৰে লিখিলে ‘এই নামটো সম্পূর্ণ যৌক্তিক। ইয়াৰ সহজ অর্থ হ’ল এডিৰ অজিত নামৰ এজন ভ্রাতৃ আছে। সমগ্র পৃথিৱীখনে কি এক পৰিয়াল?’ এই প’ষ্ট সম্প্ৰতি টুইটাৰৰ লগতে অন্যান্য সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈছে।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে’ এডি মানে প্ৰথম আৰু অজিত মানে অজেয়। কিছু সম্পৰ্কীয় যেন লাগে। ‘এডিডাছ আৰু অজিত দাস অৱশ্যেই সম্পৰ্কীয় ভাই হ’ব পাৰে।

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে হাস্যৰস সৃষ্টিৰে এইদৰে মন্তব্য কৰিলে, ‘সম্ভৱতঃ কুম্ভ মেলাত কৰবাত হেৰাই গৈছিল এডিডাছৰ ভ্ৰাতৃ অজিতদাস।

এইদৰে এডিডাছৰ এই নকল ভাৰতীয় সংস্কৰণৰ সন্দৰ্ভত ভিন্ন মন্তব্য প্রকাশ কৰিছে টুইটাৰসহ অন্যান্য সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AdidasAjitdasBrandSocialmediaviral
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d