Police Gun Firing : সোণাৰি সদৰ আৰক্ষী থানাত ভয়ংকৰ ঘটনা

blood headshot free vector

Police Gun Firing :

সোণাৰি সদৰ আৰক্ষী থানাত অঘটন । আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক ।

দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী নাম জোৱানজন ।

গকুল বসুমতাৰী নামৰ জোৱানজনৰ ডিঙিত তিনিটা গুলী লগাৰ ফলত থিতাতে ঢলি পৰে জোৱানজন । এই ঘটনাৰ পাছতেই এতিয়া সোণাৰিত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Exit mobile version