Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Visit Biswanath Charali : বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বনাথত মুখ্যমন্ত্ৰী

১২টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন

publisher by publisher
December 10, 2022
in News, Assam
Reading Time: 2 mins read
0
Cm Visit Biswanath Charali : বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বনাথত মুখ্যমন্ত্ৰী
1
SHARES
13
VIEWS
ShareShareShareShare

Cm Visit Biswanath Charali :

যোৱা পাচঁ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা ”বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি দুপৰীয়াভাগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় উত্তৰ অসমৰ বিশ্বনাথত৷

ADVERTISEMENT

6b052292 7d4c 4bbf 9bee 9b605d183acaমুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি জিলা খনৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ১২টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে ৷

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

174cbd6b 0b71 4d8c be91 4cbef896042eউল্লেখ্য যে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তর্গত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন, প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প, পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ’ব লগা অসম আৰক্ষী বেটেলিয়ন কাৰ্যালয় প্ৰকল্প, বিশ্বনাথঘাটৰ পৰা পাণপুৰলৈ নিৰ্মাণ হ’ব লগা আঠ কিল’মিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি আদিৰ উপৰি চতিয়া বিধানসভা সমষ্টিৰ দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্ৰকল্প, গহপুৰ বিধানসভা সমষ্টি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পহুকটা সংযোগী পাঁচ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ আৰু আমদৈগুৰি সংযোগী পাঁচ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ, সোলেঙী নদীৰ বাঁওপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণ কাম আদি বহুকেইটা প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ae0d8baa ed53 4749 99bc 72737e8ad8a4এই উপলক্ষে আয়োজিত সভাখনত মুখ্য অতিথি ৰূপে অংশ লৈ ভাষণত কয়, ৰাজ্য চৰকাৰে সমগ্ৰ অসমত এতিয়া বিকাশৰ চকৰি ঘূৰাব৷ৰাজ্যৰ কোনো এটা অঞ্চল বাদ নপৰাকৈ ‘ বিকাশৰ বাবে এটা পষেক’শীৰ্ষৰ কাৰ্যসূচীৰ জৰিয়তে সকলো উন্নয়নমূলক কাম তৰাম্বিত কৰিব ৷

ead3fd2c ef6a 4ad5 ae19 e3b5469c49f7উত্তৰ অসমৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ জিলাৰ অন্তর্গত মুঠ ২৪ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। ২৫০ টকাকৈ বৃদ্ধ পেঞ্চন লাভ কৰি থকা আইমাতৃসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি ১২৫০ টকাকৈ প্ৰদানৰ কথাও চিন্তা-চৰ্চা কৰি থকা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

a5926552 31ed 41da 84d8 7726a6131c9cঅনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী,উপায়ুক্ত- আৰক্ষী অধীক্ষক সহ চৰকাৰী বিষয়া-কৰ্মচাৰী প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biswanath CharaliCm Himanta Biswa Sarma
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d