Health benefits of Amla : এই ৰোগত ভুলতো নাখাব আমলখি

Health benefits of Amla :

শীতকালত অত্যধিক পৰিমাণে আমলখি খোৱা হয় ।

আমলখি দৃষ্টিশক্তি, ছাল আৰু চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী ।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায় । তদুপৰি ই তেজ পৰিষ্কাৰ কৰাতো যথেষ্ট উপকাৰী

কিন্তু এনে কিছুমান ৰোগ আছে যিবোৰত আমলখি খোৱা একেবাৰেই উচিত নহয় ।

যিকোনো ধৰণৰ অষ্ট্ৰোপচাৰ কৰাৰ দুসপ্তাহ আগতেই আমলখিৰ ব্যৱহাৰ বন্ধ কৰি দিব । কাৰণ আমলখি ৰক্তক্ষৰণৰ শংকা বৃদ্ধি কৰে ।

বৃক্ক ৰোগত আক্ৰান্ত সকলে আমলখি খোৱা উচিত নহয় ।

আমলখি খালে শৰীৰত ছ’ডিয়ামৰ মাত্ৰা বাঢ়ি যায় । যি স্বাস্থ্যৰ বাবে অপকাৰী ।

ল’ ব্লাড ছুগাৰৰ সমস্যাত ভুগিলেও আমলখি খোৱা অনুচিত ।

এণ্টিবায়’টিক গ্ৰহণ কৰা সকলেও আমলখি নোখোৱা শ্ৰেয় ।

সাধাৰণ পানীলগাতো আমলখি খোৱা উচিত নহয় । কাৰণ ইয়াৰ প্ৰভাৱ ঠাণ্ডা । যাৰ বাবে ই শৰীৰৰ তাপমাত্ৰা নষ্ট কৰে ।

ত্ৰিফলা আকাৰক মৌ আৰু গৰম পানীৰ স’তে আমলখি সেৱন কৰা উচিত ।

খালি পেটত আমলখি খালে শৰীৰৰ সঠিকভাৱে ডিটক্সিফাই হয় । বিপাক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

আমলখিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাত সহায় কৰে । আমলখিৰ পানী খালে শৰীৰৰ ওজনো নিয়ন্ত্ৰিত হৈ থাকে ।

Exit mobile version