Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Kismis : কিচমিচৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

publisher by publisher
November 16, 2022
in Lifestyle
Reading Time: 2 mins read
0
Kismis : কিচমিচৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

Kismis :

শুকান আঙোৰৰ পৰা প্ৰস্তুত কৰা কিচমিচ অতিকে পুষ্টি গুণেৰে ভৰপূৰ ড্ৰাইফ্ৰুটছ । সোণালী বাদামী ৰঙৰ এই ফল খুবেই শক্তিদায়ক । ইয়াক সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা হয় । তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পালে কিচমিচ খাবলৈ দিয়া হয় । কিচমিচ ইমানেই শক্তিদায়ক ফল যে, মাত্ৰ এটা কিচমিচ খালেও শৰীৰত তেজৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি হয় । পিত্ত বা বায়ুৰ সমস্যাও দূৰ কৰে । আনকি হৃদপিণ্ডৰ বাবেই অত্যন্ত উপকাৰী । আজি আমি আপোনালোকক কিচমিচৰ কেইটামান উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম ।

ADVERTISEMENT

ওজন নিয়ন্ত্ৰণ :— কিচমিচ প্ৰাকৃতিক শৰ্কৰা সমৃদ্ধ যুক্ত হোৱাৰ বাবে শৰীৰৰ কেলৰি নিয়ন্ত্ৰণ কৰে । বিশেষকৈ ই দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে কাৰণে ওজন নিয়ন্ত্ৰণ হয় ।

ৰক্তহীনতা দূৰ কৰে :—প্ৰচুৰ পৰিমাণে লো আৰু ভিটামিন বি কমপ্লেক্স থকাৰ কাৰণে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে । ইয়াত থকা কপাৰে তেজৰ লোহিত কণাৰ পৰিমাণ বৃদ্ধি কৰে ।

হজমত সহায় কৰে :— দৈনিক পানীত তিয়াই ৰখা কিচমিচ খালে পেটৰ সমস্যা দূৰ হয় । বিশেষকৈ ই হজমী ক্ষমতা বৃদ্ধি কৰি কোষ্ঠকাঠিন্য সমস্যা হ্ৰাস কৰে আৰু পেট পৰিষ্কাৰ কৰে ।

ৰক্তচাপ নিয়ন্ত্ৰণ :—পটাচিয়াম সমৃদ্ধ কিচমিচে শৰীৰত লবণাক্ততাৰ ভাৰসাম্য বজাই ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ইয়াত থকা এন্টি অক্সিডেন্টে ৰক্তনলীৰ জৈব ৰসায়নত ইতিবাচক পৰিৱৰ্তন আনে । ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে।

হাড়ৰ গঠন ভাল কৰে :— দুৰ্বল হাড় গঠনৰ বাবে অতি প্ৰয়োজনীয় উৎস হৈছে কিচমিচ । ইয়াত উপলব্ধ কেলচিয়াম মাইক্ৰোনিউট্ৰিয়েন্টে হাড় সুস্থ আৰু সুদৃঢ় কৰাত সহায় কৰে ।

মুখৰ দুৰ্গন্ধ দূৰ কৰে :– কিচমিচত থকা এন্টি ব্যেকটেৰিয়েল উপাদানে মুখৰ স্বাস্থ্য ৰক্ষা আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে ।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে :— কিচমিচত থকা ভিটামিন বি আৰু চিয়ে মানুহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে । যিকোনো ৰোগ সংক্ৰমণৰ ক্ষেত্ৰতো বাধা দিয়ে । বিশেষকৈ জ্বৰ আৰু অন্যান্য দুৰ্বলতা দূৰ কৰাৰ লগতে।শৰীৰটোত সুস্থিৰতা প্ৰদান কৰে ।

শক্তি যোগান ধৰে :— কিচমিচত থকা প্ৰাকৃতিক গ্লুকজে কৰ্মশক্তি বৃদ্ধি কৰে । এক পৰিমিত পৰিমাণত কিচমিচ খালে শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাৰ লগতে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰে ।

অন্ধত্ব ও কলেষ্টৰেল দূৰ কৰে :—কিচমিচত থকা প্ৰচুৰ এন্টি অক্সিডেন্টে মানুহৰ অন্ধত্ব হোৱাত বাধা দিয়াৰ লগতে ইয়াত থকা ফাইবাৰে লিভাৰৰ কলেষ্টৰেল দূৰ কৰাত সহায় কৰে ।

অনিদ্ৰা দূৰ কৰে :– কিচমিচত থকা প্ৰচুৰ আইৰণে মানুহৰ অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়ে । সেইয়েহে গৱেষকে প্ৰতিদিনে পুৱা দুটাকৈ কিচমিচ খোৱাৰ পৰামৰ্শ দিছে ।

মনোযোগ আৰু বুদ্ধিৰ বিকাশ কৰে :— শিশুসকলৰ বুদ্ধিৰ বিকাশ বা মনোযোগ বৃদ্ধি কৰাত কিচমিচে সাংঘাতিক ধৰণে সহায় কৰে । ইয়াত থকা উপকাৰী উপাদানে মনোযোগ বৃদ্ধি কৰি মানসিক প্ৰশান্তি দিয়ে । বিশেষকৈ ই মানুহৰ গভীৰ নিদ্ৰা অহাত সহায় কৰা কাৰণে মগজু শান্ত হোৱা পৰিলক্ষিত হয় । নিয়মিত কিচমিচ খালে মানসিক অৱসাদো দূৰ কৰে ।

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthKismis
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d