Mukalmua: মুকালমুৱাত চাউল ভৰ্তি ট্ৰাক জব্দ

WhatsApp Image 2022 12 14 at 19.19.33

Mukalmua:

মুকালমুৱাত চাউল ভৰ্তি ট্ৰাক জব্দ। PDS ৰ চোৰাং চাউলৰ সন্দেহত চাউল সহ ট্ৰাকখন জব্দ কৰে মুকালমুৱা আৰক্ষীয়ে।

জব্দ কৰা ট্ৰাক খনৰ নম্বৰ AS 01 GC 3675  |

ট্ৰাকখনৰ লগত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি মুকালমুৱা আৰক্ষীৰ তদন্ত অব্যাহত আছে। মুকালমুৱাৰ ৰাইনুল শইকীয়াৰ ঘৰৰ পৰা জব্দ কৰা বুলি জানিব পৰা গৈছে ।

Exit mobile version