Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bilasipara : মানুহ মাৰি ফেচবুকত বন্য উল্লাস কৰা ‘গেং অৱ ডেভিল’ৰ চাৰিজনক আটক

বিলাসীপাৰা থানাৰ অ'চি সঞ্জীৱ দাসক বদলি

publisher by publisher
December 14, 2022
in News, Assam
Reading Time: 1 min read
0
Bilasipara : মানুহ মাৰি ফেচবুকত বন্য উল্লাস কৰা ‘গেং অৱ ডেভিল’ৰ চাৰিজনক আটক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

Bilasipara :

93d67f79 2cf9 4bc6 b474 f4dc56d13030বিলাসীপাৰাৰ ‘গেং অব ডেভিলছ’ৰ দুই যুৱকক অৱশেষত ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুই যুৱক এগৰাকী বৃদ্ধা মহিলাক খুন্দিয়াই মাৰি পিছত ফেচবুকত লাইভ কৰি দুৰ্ঘটনাটো সংঘটিত কৰাৰ সকলো কথা বিৱৰি বন্য উল্লাস কৰিছিল আন তিনিযুৱকৰ স’তে ৷ ইতিমধ্যে এই কথা টুইটযোগে সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷

ADVERTISEMENT

বিলাসীপাৰাৰ ‘গেং অব ডেভিলছ’ৰ দুই বাইকাৰ্চ ক্ৰমে মিনহাজুল কৰিম ওৰফে ৰোহন আৰু নুৰ নবী ওৰফে আখিৰুল আৰু ছহিদুল ইছলামক অসম- বংগ সীমান্তৱৰ্তী হালাকুৰা, গৌৰীপুৰ, গোলকগঞ্জ আৰু গোৱালপাৰাৰ কৰে আৰক্ষীয়ে ৷

আটকাধীন আন এজনৰ নাম জানিব পৰা নাই ৷একেদৰে আন এজন পলাতক অৱস্থাত আছে ৷স্মতৰ্ৱ্য যে ১০ ডিচেম্বৰৰ সন্ধিয়া সন্ধিয়াভাগত বিলাসীপাৰাৰ সূৰ্য্যখাতাত উদণ্ড যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত ৰাজপথত উফৰি পৰে এগৰাকী বৃদ্ধা৷

গুৰুত্বৰভাৱে আহত বৃদ্ধা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৃদ্ধা গৰাকীৰ ৷আৰক্ষীৰ দুৰ্ঘটনাটোত সংঘটিত পিছতে এএছ-১৭-এম১১০১নম্বৰৰ বাইক আৰোহী কেইজনক আৰক্ষীয়ে আটক কৰে যদিও কিছুসময়ৰ পিছতে মুকলি কৰি দিয়ে বিলাসীপাৰা আৰক্ষীয়ে ৷

ইয়াৰ পিচতে উদণ্ড যুৱকৰ দলটোৱে ফেচবুকত লাইভ কৰি নিজকে গেং অৱ ডেভিল বুলি পৰিচয় দি বন্য উল্লাস কৰিছিল ৷উল্লেখ্য যে এই ভিডিঅ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

গেং অৱ ডেভিলৰ পাঁচজনকে আটকৰ দাবী উদ্থাপন হয় ৰাজ্যৰ সৰ্বত্ৰে ৷আনকি ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শীৰ্ঘে আটকৰ নিৰ্দেশ দিয়ে ৷ আৰক্ষীৰ কঠোৰস্থিতিৰ পিছতে পাঁচ বাইকাৰ্চ আত্মগোপন কৰে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা যুৱক কেইজনক দহমিনিটত এৰি দিয়াক লৈ বিলাসীপাৰাৰ অ’চি সঞ্জীৱ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন দল সংগঠন ৷

মঙলবাৰে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী মহাপৰিদৰ্শক দিলীপ দেই কয়, এই সম্পৰ্কত মাৰাথন তদন্ত কৰা হৈছে ৷ আজি অ’চি সঞ্জীৱ দাসক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰি কৰে ধুবুৰী আৰক্ষী অধীক্ষকে ৷

আনহাতে আজি কোনোলোকে ধৃত যুৱককেইজনৰ বাইক এখন বিলাসীপাৰা থানা চৌহদতে জ্বলাই দিয়ে ৷ বৰ্তমান পলাতক অৱস্থাত থকা গেং অৱ ডেভিলৰ যুৱকজনৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে বংগ সীমান্তত তীব্ৰ অভিযান চলাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTAssamBilasipara
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d