Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Morigaon : সোণগুটিৰে ভৰাইছে হেঁপাহৰ ধানৰ ভঁৰাল

হেঁপাহৰ আঘোনে মৰিগঞা চহা কৃষকলৈ লৈ আনিছে প্ৰাপ্তিৰ বতৰা

publisher by publisher
December 17, 2022
in News, Assam
Reading Time: 1 min read
0
Morigaon : সোণগুটিৰে ভৰাইছে হেঁপাহৰ ধানৰ ভঁৰাল
2
SHARES
24
VIEWS
ShareShareShareShare

Morigaon :

f332124a c821 48c5 8e17 d2ddac9a1778সোণগুটিৰে উপচি পৰা আঘোণৰ পথাৰখনে চহা কৃষক ৰাইজৰ মন প্ৰাণ আনন্দত আত্মহাৰা কৰি তোলে।ঘণকুঁৱলীয়ে ঢকা আঘোণৰ পথাৰৰ সোণালী ধানে কৃষকৰ সপোন পূৰ্ণাংগ ৰূপ দিয়ে।

ADVERTISEMENT

192bf0cb 6f33 4e72 a61b ce7845151f54আঘোণ মাহৰ আগমনৰ লগে লগে সীমাহীন ব্যস্ততা অসমৰ চহা কৃষকৰ।সোণগুটিৰে ভৰপূৰ চহা কৃষকৰ আঘোণৰ পথাৰে অসমীয়া জাতিৰ জীৱনলৈ কঢ়িয়াই আনে ভোগ আৰু ব’হাগৰ বতৰা।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ গ্ৰাম্যাঞ্চলৰ লগতে মৰিগঁঞা কৃষকে এইবেলি মাছুৰি, জহা, বৰা, ৰঞ্জিত, মাকৰি, আইজং আদি বিভিন্ন ধানেৰে কৃষকৰ সপোনৰ ভড়াঁল ভৰোৱাত সীমাহীন ব্যস্ততা। তাৰোপৰি মৰিগঁঞা ৰাইজৰ মাজত ঘৰে ঘৰে আঘোণ মাহত ন -খোৱা, চুঙা পিঠা বনাই খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে।

আঘোণ তথা লখিমী মাহ সোমোৱাৰ লগে লগেই ধৰাৰ বুকুত শীতৰ আগমন ঘটে। তেতিয়া এখন সুন্দৰ চিত্ৰ মানুহৰ মনৰ মাজত প্ৰতিফলিত হয় আৰু গ্ৰাম্য জীৱনৰ ছবিৰ সৈতে আঘোণৰ পথাৰৰ মন পৰশা ৰূপ স্পষ্ট হৈ পৰে।

আঘোণৰ লখিমী পথাৰত সোণগুটি বুটলিবলৈ হেঁপাহত দাৱনীৰ মন বিয়াকুল হৈ থাকে। দাৱনীৰ মুঠিতেই চহা কৃষকে কষ্টৰ সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে-আহাৰ-শাওন মাহৰ প্ৰখৰ ৰ’দকো নেওচি চহা কৃষকে হাল-কোৰ মাৰি, মাটি চহাই পেলোৱা শস্য কঙালী মাহত পোক-পতংগ ধংস কৰিবলৈ পথাৰত বন্তি জ্বলাই লখিমী ঘৰলৈ আদৰি আনে আৰু লাহে লাহে শস্যৰ পথাৰ সোণোৱালী হৈ পৰে।

সোণবৰণীয়া হৈ উপচি পৰা আঘোণৰ পথাৰবোৰত সোণগুটিসমূহ গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে আনন্দ-উলাহেৰে কাটি কাটি মুঠি বনোৱাৰ পিছত ডাঙৰী বনাই চহা কৃষকে ঘৰলৈ আনি চোতালত পেলাই মৰণা মাৰি তাৰ পৰাই নতুন ধান ঢেকী বা মিলত খুন্দিবলৈ যায়।

আঘোণ মহীয়া পথাৰত পকা ধানৰ মাজে মাজে দুপৰীয়া ৰবাব টেঙাৰ সোৱাদ লৈ দাৱনীৰ হাঁহি-উল্লাসেৰে গোটেই পথাৰ ৰজনজনাই থাকে। প্ৰতিজন কৃষকৰ প্ৰাপ্তিৰ সময় হৈছে হেপাঁহৰ আঘোণ তথা লখিমী মাহ।

সময়ৰ সোঁতত সকলোবোৰ পৰিৱৰ্তন হৈছে যদিও হেঁপাহৰ আঘোণ মাহে লৈ আহে চহা কৃষকলৈ প্ৰাপ্তিৰ বতৰা। আঘোণৰ পুৱাতেই সোণালী পথাৰ বগা আৱৰণে ঢ়াকি পেলোৱা সময়ৰ পৰা শীতৰ প্ৰকোপ বৃদ্ধি হয়।আঘোণ হৈছে চহা জীৱনৰ এক আৱেগ আৰু শীতৰ আমেজ অসমীয়া গ্রাম্যজীৱনৰ জুইশালত প্ৰতিফলিত হয়।

এই শীতৰ পৰা হাত সাৰিবলৈ গাঁৱৰ ককা-আইতাসকলে সন্ধিয়া হোৱাৰ লগে লগে জুইৰ ওচৰত বহি উম লোৱাৰ দৃশ্য পৰিলক্ষিত হয়। ইফালে, মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিৰভেটা,দলৈচুৱা,দন্দুৱা, ভূৰবন্ধা,বাৰপূজীয়া,কপাহেৰা,ঝাৰগাঁও, চৰাইবাহী,মায়ং, ভকতগাঁও, বৰভগীয়া, কাচধৰা, বৰঙাবাৰী, কাঁহিবাৰী,ভূৰাগাঁও,গেৰুৱা,দমাল,তেলাহী,ধৰমতুল,নেলী আদিৰ দৰে বিভিন্ন অঞ্চল সমূহত দাৱনীয়ে এতিয়া ধান কাটি ইতিমধ্যে শেষ কৰিছে যদিও এতিয়া চহা কৃষকৰ চোতালত মৰণা মৰাৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

ইপিনে,মৰিগঁঞা ৰাইজে ঘৰে ঘৰে আঘোণ মাহত ন -খোৱা, চুঙা পিঠা বনাই খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ কৰিছে।শীতৰ প্ৰকোপ বৃদ্ধি হোৱাত গঞা ৰাইজৰ জুইশালত জুইৰ উম লোৱা আৰু পুৱা বগা আৱৰণে আবৰি থকা চহা কৃষকৰ সোণালী ৰঙৰ পথাৰে শীতৰো আমোদ দিছে।মৰিগঞা চহা কৃষকৰ মন আনন্দত মতলীয়া হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMORIGAONpaddy field
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d