Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sontoli : এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভূগিছে সোণতলী- আৰিকাটি অঞ্চলবাসীয়ে

publisher by publisher
December 17, 2022
in Assam, News
Reading Time: 1 min read
0
Sontoli : এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভূগিছে সোণতলী- আৰিকাটি অঞ্চলবাসীয়ে
1
SHARES
10
VIEWS
ShareShareShareShare

Sontoli :

কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ আৰিকাটিৰ ই এণ্ড ডি ৰিংবান্ধ মথাউৰিৰ পূৱ-উত্তৰ অংশৰ বৰ আৰিকাটি, সৰু আৰিকাটি, পানীখাইতী, বৰদিয়া নয়াপাৰা আদি অঞ্চলৰ ৰাইজ-শিক্ষাৰ্থীয়ে বিপদসংকুল কাঠৰ দলঙেৰে দুৰ্বিষহ যাতায়াত অব্যাহত ৰাখিছে ৷

ADVERTISEMENT

আৰিকাটিকে ধৰি ইয়াৰ পাৰ্শৱৰ্তী অঞ্চল সমূহৰ আটাইবোৰ জৰাজীৰ্ণ বাট-পথসমূহ যাতায়াতৰ বাবে সুচল নকৰাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, বিগত দিনৰ কংগ্ৰেছ চৰকাৰখনে অঞ্চলটোৰ উন্নয়নলৈ পিঠি দিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

RelatedPosts

সোণতলীত ধানৰ সলনি পতান দেখি হাহাকাৰ কৃষকৰ, নিৰুপায় কৃষকৰ প্ৰতিবাদ কৃষি বিভাগৰ বিৰুদ্ধে

আনহাতে নিৰ্বাচনৰ সময়ত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অঞ্চলটোৰ বাট-পথৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰহসনত পৰিণত হৈছে৷

বিধায়িকা নন্দিকা দাসে দুৰ্গম অঞ্চলটোৰ উন্নয়ননৈ পিঠি দিয়াৰো অভিযোগ উত্থাপিত হৈছে৷ সোণতলীৰ আৰিকাটিৰ ৰিংবান্ধ মথাউৰিৰ পূৱ অংশৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ এশ শতাংশ বাট-পথেই সম্প্ৰতি জৰাজীৰ্ণ হৈ আছে।

ইয়াৰ উপৰিও আৰিকাটিৰ একমাত্ৰ জৰাজীৰ্ণ কাঠৰ দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত বিদ্যালয়- মহাবিদ্যালয় আৰু কণ কণ শিশু শিক্ষাৰ্থী আৰু ৰাইজে মৰণক শৰণ দি অতি বিপদসংকুল বাবে যাতায়ত কৰি আহিছে।

উল্লেখ্য, এই দুৰ্গম অঞ্চলসমূহৰ ভিতৰত বিশেষকৈ আৰিকাটি, পানীখাইতীৰ উপৰি ৮-১০খন গাঁও তথা চৰাঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথত এই কাঠৰ দলং খনত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাও সংগঠিত হোৱাৰ নজিৰ আছে ৷

মন কৰিবলগীয়া এই দুৰ্গম অঞ্চলৰ বৃহৎসংখ্যক ৰাইজ তথা স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে জৰাজীৰ্ণ বাট-পথেৰে আৰু বাৰিষা কালত নাৱেৰে বিপদসংকুল ভাৱে যাতাযাত অব্যাহত ৰাখিবলগীয়া হয়৷ আনকি বছৰৰ অধিকসংখ্যক দিনে নাৱেৰে বহিৰ্জগতৰ স’তে দুৰ্গম অঞ্চলবাসীয়ে যোগাযোগ স্থাপন কৰিবলগীয়া হয়৷

প্ৰতিটো নিৰ্বাচনৰ সময়ত ভোট বিচাৰি প্ৰতিনিধিসকলে এই আৰিকাটি, পানীখাইতী, বৰদিয়া নয়াপাৰা, বৰঘোল গাঁৱলৈ যায় যদিও নিৰ্বাচনৰ পিচতে পাহৰি যায় গাঁৱৰ উন্নয়নৰ কথা৷

বিগত দিনৰ পঞ্চায়ত প্ৰতিনিধিসকলে বাট-পথৰ কোনো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷ দুৰ্গম অঞ্চলবোৰত এম্বুলেঞ্চ যাব নোৱাৰাত কেতিয়াবা প্ৰসূতিয়ে বাটতে সন্তান প্ৰসৱ কৰাৰ দৰে ঘটনাও ঘটি থকা বুলি গাঁওবাসীয়ে অভিযোগ কৰে৷

বাট-পথৰ অভাৱত জটিল অৱস্থাৰ ৰোগীক ঠেলা নতুবা ঘোঁৰাৰ গাড়ীৰে সুদুৰ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিবলগা হয়৷ আনহাতে ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা-দীক্ষাকে আদি কৰি সকলো উন্নয়নমূলক আঁচনিৰ পৰাও বঞ্চিত অঞ্চলবাসীয়ে৷

আনকি যাতায়াত সমস্যাৰ বাবে কৃষক ৰাইজে উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ ৰাজ্যৰ কোনো এখন চৰকাৰে দুৰ্গম অঞ্চলটোৰ যাতায়াত সুচল নকৰাত ৰাইজে স্বৰাজোত্তৰ কালতো যাতায়াতৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে যমৰ-যাতনা ভূগিবলগীয়া হৈছে৷

আৰিকাটিৰ ই এণ্ড ডি মথাউৰি সংলগ্ন জৰাজীণ কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে পাৰ্শ্বৱৰ্তী বৰদিয়া নয়াপাৰা, পানীখাইতী, বৰঘোল আদি অঞ্চলৰ মুখ্য সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ ৰাইজে বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArikatiSontoliWooden Bridge
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d