Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Murder : শ্রদ্ধা হত্যাত অভিযুক্ত আফতাবৰ ফাঁচীৰ দাবী শ্রদ্ধাৰ পিতৃৰ

publisher by publisher
December 9, 2022
in India, News
Reading Time: 1 min read
0
Delhi Murder : শ্রদ্ধা হত্যাত অভিযুক্ত আফতাবৰ ফাঁচীৰ দাবী শ্রদ্ধাৰ পিতৃৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Shraddha Walkar Murder Case : আফতাব কাণ্ডৰ নতুন মুৰ ! আৰক্ষীৰ হাতত পৰিল অডিঅ’ ৰেকৰ্ড

Aftab Poonawala Murder Case: প্ৰেমিকাক ৩৫ টুকুৰা কৰা আফতাব এতিয়া মগ্ন সাহিত্যচৰ্চাত , জেলত বহি পঢ়িছে কিতাপ

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

Delhi Murder :

শ্রদ্ধা ৱালকাৰ হত্যাত অভিযুক্ত তেওঁৰ প্রেমিক আফতাব আমিন পুনাৱালাক ফাঁচী দিব লাগে । আফতাবৰ পৰিয়ালৰ সদস্যসকলকো তদন্তৰ আওতাত অনা উচিত । শুকুৰবাৰে এই দাবী কৰিলে শ্রদ্ধাৰ পিতৃ বিকাশ মদন ৱালকৰে । বিকাশৰ আক্ষেপ, আৰক্ষীয়ে আগতেই তৎপৰ হ’লে তেওঁৰ কন্যা জীৱিত হৈ থাকিল হয় ।

ADVERTISEMENT

শ্রদ্ধা হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছত এয়ে প্রথম সাংবাদিকৰ সন্মুখত আহিল বিকাশ । শুকুৰবাৰে সাংবাদিক বৈঠকত তেওঁ কয়, ‘‘এই হত্যাকাণ্ডৰ যথাযথ তদন্ত কৰা উচিত । তেওঁক (আফতাবক) ফাঁচী দিয়া উচিত । তেওঁৰ পৰিয়ালৰ সদস্যসকলো শাস্তি পোৱা প্ৰয়োজন ।’’

বিকাশৰ দাবী, আৰম্ভণিতেই কন্যাৰ নিখোজ হোৱাৰ অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষী তৎপৰ নহয় । তেওঁ কয়, ‘‘মহাৰাষ্ট্রৰ মানিকপুৰ আৰু বছই থানাৰ অসহযোগিতাত ম‌ই বহু সমস্যাত সন্মুখীন হ’বলগীয়া হৈছিল । সময় মতে আৰক্ষীয়ে পদক্ষেপ লোৱা হ’লে মোৰ কন্যা হয়তো জীয়াই থাকিল হয় । মোৰ কন্যাৰ লগত যি হৈছে, সেয়া যেন অন্য কাৰো লগত নহয় ।’’

শুকুৰবাৰে সাংবাদিক বৈঠকৰ আগতে মহাৰাষ্ট্রৰ উপমুখ্যমন্ত্রী দেবেন্দ্র ফডণবীছৰ স’তে সাক্ষাৎ কৰে বিকাশে । এই গোচৰত দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি বিকাশক আশ্বাস দিছে ফডণবীছে ।

যদিও বিকাশৰ দাবী, ‘‘তুলিঞ্জ, বছই আৰু নালাছোপাৰা থানাৰ আৰক্ষীয়ে তদন্তত পলম কৰিছে । এতিয় অৱশ্যে দিল্লী আৰু বছই আৰক্ষীয়ে যথাযথ তদন্ত কৰিছে ।’’

১৮ মে’ত দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলৰ ছতৰপুৰৰ এটা ভাড়াৰ ফ্লেটত ২৭ বছৰীয়া শ্রদ্ধাক শ্বাসৰোদ্ধ কৰি হত্যাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ লিভ-ইন সংগী আফতাবৰ বিৰুদ্ধে ।

অভিযোগ, হত্যাৰ পাছত শ্রদ্ধাৰ দেহ ৩৫ টুকুৰা কৰে তেওঁ । ইয়াৰ পাছতে সেই টুকুৰাবোৰ ভৰাই ৰাখিবৰ বাবে এটা তিনিশ লিটাৰ ফ্রিজো কিনে তেওঁ ।

হত্যাৰ পাছত ১৮ নিশা ছতৰপুৰ পাহাৰীৰ অৰণ্যত এই টুকুৰাবোৰ পেলাই থাকে আফতাবে । এ সকলোখিনি আফতাবে তদন্তকাৰীৰ ওচৰত স্বীকাৰ কৰিছে বুলি দাবী । যদিও এই স্বীকাৰোক্তিৰ পক্ষত প্রমাণ যোগাৰ কৰিছে তদন্তকাৰীসকলে ।

শ্রদ্ধাৰ হত্যাৰ অভিযোগত ১২ নৱেম্বৰত আফতাবক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে । প্রথমে পাঁচ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰা হৈছিল আফতাবক । ১৭ নৱেম্বৰত সময় বঢ়াই আৰু পাঁচ দিন কৰে আদালতে ।

ইয়াৰ পাছৰ পৰা বিচাৰকৰ নির্দেশত তেওঁক জেল হেফাজতত ৰখা হৈছে । শুকুৰবাৰে আৰু ১৪ দিনৰ বাবে আফতাবৰ জেল হেফাজতৰ ম্যাদ বৃদ্ধি কৰাৰ নির্দেশ দিছে আদালতে । ইতিমধ্যে আফতাবৰ পলিগ্রাফ আৰু নার্কো এনালিছিছ পৰীক্ষা কৰোৱা হৈছে বুলি আৰক্ষী সূত্রে খবৰ ।

শ্রদ্ধাৰ স’তে লিভ-ইনত থকাৰ সময়ত তেওঁক মাৰধৰৰ অভিযোগো উত্থাপন হৈছে আফতাবৰ বিৰুদ্ধে । ২০১৯ত আৰক্ষীক আফতাবৰ বিৰুদ্ধে মাৰধৰৰ অভিযোগ কৰে শ্রদ্ধা‌ই ।

অভিযোগপত্রত শ্রদ্ধাৰ দাবী আছিল, মাৰধৰৰ কথা আফতাবৰ পৰয়ালৰ সদস্যসকলে জানিছিল । অৱশ্যে পাছত স্থানীয় থানাত জনাইছিল যে, মাতৃ-পিতৃৰ স’তে কথা-বার্তাৰ পাছত শ্রদ্ধাই লিখিতভাৱে থানাত জনায় যে, তেওঁলোকৰ মাজত হাই-কাজিয়া নহয় ।

তদন্তকাৰীসকলৰ দাবী, এখন পত্ৰত শ্রদ্ধাই লিখিছিল, ‘‘আজি মোক ডিঙি টিপি হত্যা কৰাৰ চেষ্টা কৰিছে তেওঁ (আফতাব) । মোক ভয় খোৱায়, ব্লেকমেইল কৰে যে মোক মাৰি পেলাব । টুকুৰা টুকুৰাকৈ কাটি পেলাব । ছ মাহ হৈ গ’ল মোক মাৰধৰ কৰিছে । অৱশ্যে আৰক্ষীৰ কাষত যোৱাৰ সাহস নাই ।’’

বিগত বছৰৰ মাজভাগতে শ্রদ্ধাৰ স’তে শেষবাৰ কথা হৈছিল বুলি জনাইছে বিকাশে । তদুপৰি, আফতাবৰ স’তে যোৱা ছেপ্টেম্বৰত তেওঁৰ ফোনত কথা হৈছিল । সেই সময়ত শ্রদ্ধাৰ মোবাইল বন্ধ আহিছে বুলি জনাইছিল তেওঁৰ এজন বন্ধুৱে ।

বিকাশে কয়, ‘‘সেই সময়ত আফতাবক কৈছিল, ‘শ্রদ্ধা তোমাৰ স’তে আঢ়ৈ-তিনি বছৰ আছে । তেওঁ যদি ক’ৰবাত গুচি যায়, মোক জনোৱাতো কি তোমাৰ দায়িত্ব নহয় ?’ তেওঁ কৈছিল, শ্রদ্ধা ক’ত গৈছে, নাজানো ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aftab Amin PoonawalaDelhi MurderShraddha Walkar
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d