ASTC City Taxi :অলা -উবেৰৰ পিছত এইবাৰ মহানগৰীত

পৰিবহন নিগমৰ অধীনত গুৱাহাটীত নতুন কেব সেৱা

WhatsApp Image 2022 12 18 at 16.51.13

Astc City Taxi :

অলা,উবেৰ আদি কেব সেৱাৰ পিছত এইবাৰ মহানগৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত শীৰ্ঘেই আৰম্ভ হ’ব নতুন কেব সেৱা

এএছ টি চিৰ এই কেব সেৱাৰ পৰা উপকৃত হ’ব মহানগৰবাসী ৷ চালক আৰু গ্ৰাহকে সূলভ মূল্যত লাভৱান হ’ব পৰা সেৱা নামাকৰণ কৰা হৈছে Astc City Taxi ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ কৰিব লোৱা এই Astc City Taxi এপ’ত অন্তৰ্ভুক্ত হোৱা কেব চালকে চৰকাৰ দিব নালাগে কোনো কমিচন

মাত্ৰ প্রতিদিনে ১২.৫০ টকা জমা দিয়েই এ এছ টি চি এপৰ অংশীদাৰ হ’ব পাৰিব কেব চালকসকল । একেদৰে এই সুবিধা গ্ৰাহকৰ বাবে হ’ব যথেষ্ট সুলভ ৷

Exit mobile version