Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Azara: ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই ভাবুকি আনিছে বৰঝাৰ বিমানবন্দৰলৈ

publisher by publisher
December 17, 2022
in Assam, News
Reading Time: 1 min read
0
Azara: ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই ভাবুকি আনিছে বৰঝাৰ বিমানবন্দৰলৈ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন !

KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

Azara :

আজাৰা ৰাজহ চক্ৰ এলেকাৰ তথা বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উত্তৰ দিশত থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ আজিলৈকে বিজ্ঞান সন্মত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হৈ নুঠিল।

ADVERTISEMENT

ফলস্বৰূপে নৈপৰীয়া অঞ্চলটোয়ে নহয় উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে।

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ বান আৰু গৰাখহনীয়া সমস্যা বহু পূৰণি। অঞ্চলটোৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও এনে ব্যৱস্থাৰ প্ৰতি জনসাধাৰণ আজিলৈ আশ্বস্ত হ’ব পৰা নাই।

উল্লেখযোগ্য যে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ‘ৰানৱে’ৰ এলেকা সম্প্ৰসাৰণ কৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ দূৰত্ব যথেষ্ট হ্ৰাস পাইছে।

এনে অৱস্থাত বিমানবন্দৰৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ দূৰত্ব প্ৰায় ৮০০ মিটাৰ। ইয়াৰ বিপৰীতে সেই স্থানত ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হৈ উঠা নাই বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

অৱশ্যে ১৯৮৮ চনৰ পৰা ব্ৰহ্মপুত্ৰৰ বানে বিমানবন্দৰৰ চৌপাশৰ বিভিন্ন এলেকা কেবাবাৰো বুৰাই পেলায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়চোৱাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কে’বাটাও ৰিং বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও সেয়া ফলপ্ৰসূ নহ’ল।

ইয়াৰ পাছতে ২০০৭ চনত ধাৰাপুৰৰ পৰা গড়ল হৈ মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ অধীনত গড়লত প্ৰায় ৩০০ মিটাৰ অংশত বান্ধ নিৰ্মাণৰ বাবে ৩.১৫ কোটি টকা ব্যয় কৰা হৈছিল।

পিছে নিৰ্মাণৰ কেইমাহমানৰ পাছতে সেই বান্দৰ কে’বাটাও অংশ ভাগি পৰে। ইয়াৰ পিছত শেহতীয়াকৈ পুনৰ জলসম্পদ বিভাগৰ অভিলাষী আঁচনি অনুসৰি গুৱাহাটী পূৱ জলসম্পদ সংমণ্ডলৰ অধীনত ধোপৰতলৰ পৰা গড়ললৈ ১৮৫ মিটাৰ অংশ ২.২৪ কোটি টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয়।

চৰকাৰী ভাবে এনেদৰে বিভিন্ন আঁচনিৰে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হৈছে যদিও জনসাধাৰণ এতিয়াও বান আৰু গৰাখহনীয়াক লৈ চিন্তিত হৈ আছে।

কিয়নো জলসম্পদ বিভাগে ধোপৰতলৰ ব্ৰহ্মপুত্ৰৰ ঘাটত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পাৰি দিয়া শিলবোৰ উন্মুক্ত হৈ আছে।তেনে শিলবোৰত কোনো ধৰণৰ বান্ধ নাই।বাৰিষাত সময়ত যদিহে ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰে তেতিয়া উক্ত শিলবোৰ সহজতে বানপানীয়ে উটুৱাই নিয়াৰ সম্ভৱনাই অধিক।

তেনে অৱস্থাত উক্ত স্থানত ব্ৰহ্মপুত্ৰৰ বানপানীয়ে মথাউৰিৰ বিভিন্ন অংশত খহনীয়াৰ সৃষ্টি কৰাৰ সম্ভাৱনাই অধিক। আনফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াই পূৰ্বে ক্ষতিগ্ৰস্ত কৰা মথাউৰিৰ একাংশ এতিয়াও স্থায়ীভাৱে মেৰামতিৰ কোনো ব্যৱস্থা নোলোৱাত স্থানীয় সচেতন জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Azarabrahmaputra riverLokpriya Gopinath Bordoloi International Airport
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d