Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gold Smuggling: অসমতো তৎপৰ চোৰাং সোণৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ

publisher by publisher
December 18, 2022
in India, Crime, News
Reading Time: 2 mins read
0
Gold Smuggling: অসমতো তৎপৰ চোৰাং সোণৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Gold Smuggling :

অসম তথা উত্তৰ-পূবৰ মাজেৰে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ আন্তঃৰাষ্ট্ৰীয় চক্ৰই অব্যাহত ৰাখিছে চোৰাং সোণৰ সৰবৰাহ। ম্যানমাৰৰ পৰা উত্তৰ-পূবৰ মাজেৰে বিভিন্ন কৌশল অৱলম্বন কৰি দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহকাৰী চক্রই সোণৰ এক বৃহৎ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে।

ADVERTISEMENT

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, শুল্ক বিভাগ, আৰক্ষীকে ধৰি বিভিন্ন চৰকাৰী সংস্থাই চলোৱা অভিযানত চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা যোৱা ৩০ নৱেম্বৰলৈ উত্তৰ-পূবত ১৯১.০৬২ কিলোগ্রাম চোৰাং সোণ জব্দ হোৱা ঘটনাই ইয়াকে প্রমাণিত কৰিছে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

উল্লিখিত সময়ছোৱাত এই চোৰাং সোণ সৰবৰাহৰ সন্দৰ্ভত সংশ্লিষ্ট সংস্থাসমূহে অসমকে ধৰি মণিপুৰ, মিজোৰাম, অৰুণাচল, মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰাত মুঠ ৬০টা গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে ২০১৯ৰ পৰা চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত উত্তৰ-পূবত সৰ্বমুঠ ৮৯৩.৩৩৬ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে আৰু ইয়াৰ বিপৰীতে ২১৩টা গোচৰ ৰুজু কৰা হৈছে ।

কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০১৯ত উত্তৰ-পূবৰ ৰাজ্যকেইখনত শুল্ক আৰু ৰাজহ সঞ্চালকালয়ৰ চোৰাংচোৱা সংস্থাকে ধৰি অন্যান্য তদন্তকাৰী সংস্থাসমূহে চলোৱা ৫০টা অভিযানত মুঠ ১৬৬.৮৪৯ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে ।

একেদৰে ২০২০ত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত চলোৱা ৪৯টা অভিযানত ২৪২.৮৪৫ কিলোগ্রাম আৰু ২০২১ত চলোৱা ৫৬টা অভিযানত মুঠ ২৯৬.৫৮০ কিলোগ্রাম চোৰাং সোণ জব্দ কৰিছে সংশ্লিষ্ট সংস্থাসমূহ।

ইফালে, চলিত বৰ্ষৰ বিগত ১১ মাহত দেশত ৩,০৮৩.৬১৮ কিলোগ্রাম অর্থাৎ ৩০ কুইণ্টল ৮৪ কিলোগ্রাম চোৰাং সোণ জব্দ হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই জব্দকৃত সোণৰ বিপৰীতে ৩,৫৮৮টা গোচৰ ৰুজু হৈ আছে আৰু তদন্ত অব্যাহত আছে।

ইয়াৰ উপৰি বিগত বৰ্ষটোত অর্থাৎ ২০২১ত দেশত সৰ্বমুঠ ২,৩৮৩.৩৮১ কিলোগ্রাম, ২০২০ত ২,১৫৪.৫৮১ কিলোগ্ৰাম আৰু ২০১৯৩ ৩,৬৭৩.০৪৩ কিলোগ্রাম চোৰাং সোণ দেশৰ বিভিন্ন সংস্থাসমূহে জব্দ কৰিবলৈ সক্ষম হৈছে ।

এই জব্দকৃত সোণৰ বিপৰীতে ২০১৯৩ ৪,৪০৪ টা, ২০২০ত ২,৫৬৭টা আৰু ২০২১ ২,৪৪৫টা গোচৰ ৰুজু হৈ আছে ।

উল্লেখ্য যে বিগত প্রায় চাৰি বছৰত অৰ্থাৎ ২০১৯ৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈ দেশৰ ভিতৰতে সৰ্বাধিক চোৰাং কোলাত জব্দ হৈছে। নত এই সময়ছোৱাত জব্দ হোৱা মুঠ ২,৫০৮.৭২৭ কিলোগ্রাম চোৰাং সোণৰ ভিতৰত ৭২৫.২৫১ কিলোগ্রাম ২০১৯৩, ৪০৬.৩৯০ কিলোগ্রাম ২০২০৩, ৫৮৬.৯৫২ কিলোগ্রাম ২০২১ত আৰু ৬৯০.১৩৪ কিলোগ্রাম চোৰাং সোণ চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত জব্দ কৰা হৈছে ।

সমান্তৰালভাৱে তামিলনাডুত এই চাৰি বছৰত ১,৭৮৯.৪৫০ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে। তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত ৪৩৯.৭৮৭ কিলোগ্রাম চোৰাং সোণ সংশ্লিষ্ট সংস্থাসমূহে জব্দ কৰাৰ উপৰি ২০১৯ত ৬৫২.৫৪২ কিলোগ্রাম, ২০২০ত ৩৭৫ কিলোগ্ৰাম আৰু ২০২১ত ৩২২.১১৪ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে।

ইয়াৰ উপৰি ২০১৯ৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্যন্ত দিল্লী, হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, হিমাচল প্রদেশ, চণ্ডীগড়, জম্মু-কাশ্মীৰ আৰু লাডাখত ১,৭৮২.২৮১ কিলোগ্রাম, মহাৰাষ্ট্ৰত ১,৩৫৯.৪০২ কিলোগ্রাম,পশ্চিমবংগত ১,২৫৫.৯৭১ কিলোগ্রাম, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ৫০৬.৫৮০ কিলোগ্রাম, মধ্যপ্রদেশ আৰু চত্তিছগড়ত ৮৭.০৪৮ কিলোগ্রাম, কৰ্ণাটকত ৩০৩.২৩৯ কিলোগ্রাম, গোৱাত ৩৪.০৮১ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে।

একেদৰে এই সময়ছোৱাত বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত ৮২৪.৭৪০ কিলোগ্রাম, গুজৰাট, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত ২৯৬.৮৮০ কিলোগ্ৰাম আৰু ওড়িছাত ২০.৮৮৪ কিলোগ্রাম চোৰাং সোণ জব্দ হোৱাৰ তথ্য বিত্ত মন্ত্রণালয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে জব্দকৃত এই বৃহৎ পৰিমাণৰ চোৰাং সোণৰ বৃহৎ অংশই ম্যানমাৰৰ পৰা উত্তৰ-পূবৰ মাজেৰে সৰবৰাহ হোৱা বুলি তদন্তকাৰী সংস্থাৰ সূত্ৰই সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGold Smuggling
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d